ETV Bharat / state

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক আদৰণি জনালে প্ৰমোদ বড়োই

author img

By

Published : Feb 12, 2021, 7:25 AM IST

11 ফেব্ৰুৱাৰীত চিৰাঙৰ ছাতিপুৰ গাঁৱৰ গ্ৰেটাৰ কোচবিহাৰ পিপলছ এচ’চিয়েশ্যনৰ প্ৰতিষ্ঠাপক অনন্ত ৰায় মহাৰাজৰ ঘৰলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ গৃহমন্ত্ৰী গৰাকীক আদৰণি জনাবলৈ বঙাইগাঁও শোধানাগাৰ হেলিপেডত উপস্থিত হৈ সম্বৰ্ধনা জনায় বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়ে ৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক আদৰণি জনালে প্ৰমোদ বড়োই
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক আদৰণি জনালে প্ৰমোদ বড়োই

চিৰাং, 12 ফেব্ৰুৱাৰী: সমাগত অসম বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনকলৈ তৎপৰতা বৃদ্ধি পাইছে শাসকীয় দল বিজেপিৰ ৷ সঘনাই অসমলৈ আহিছে ইজনৰ পাচত আনজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা ৷ ইয়াৰ মাজতে পুনৰ 11 ফেব্ৰুৱাৰীত অসমলৈ আহিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ চিৰাঙৰ ছাতিপুৰ গাঁৱৰ গ্ৰেটাৰ কোচবিহাৰ পিপলছ এচ’চিয়েশ্যনৰ প্ৰতিষ্ঠাপক অনন্ত ৰায় মহাৰাজৰ ঘৰলৈ আহিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷

কটকটীয়া নিৰাপত্তাৰ মাজত গৃহমন্ত্ৰী গৰাকীক আদৰণি জনাবলৈ বঙাইগাঁও শোধানাগাৰ হেলিপেডত উপস্থিত হয় বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ৷ ৰাতিপুৱা 10 বজাৰ পৰা অপেক্ষা কৰি অৱশেষত গৃহ মন্ত্ৰী গৰাকীক সম্বৰ্ধনা জনায় প্ৰমোদ বড়োয়ে ৷

লগতে পঢ়ক:অমিত শ্বাহৰ চিৰাং ভ্ৰমণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ চিৰাং জিলা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.