ETV Bharat / state

বঙাইগাঁৱত চৰকাৰী বিদ্যালয়ৰ জৰাজীৰ্ণ ৰূপ - চিৰাং

আন্ত:গাঁথনিৰ অভাৱত জহি-খহি গৈছে বিদ্যালয় ৷

বঙাইগাঁৱত চৰকাৰী বিদ্যালয়ৰ জৰাজীৰ্ণতা
author img

By

Published : Jun 7, 2019, 11:20 AM IST

চিৰাং, 7 জুন : বঙাইগাঁৱত চৰকাৰী বিদ্যালয়ৰ অৰাজক অৱস্থা ৷ সৃজনগ্ৰাম ব্লকৰ অন্তৰ্গত লুইতৰ মাজত থকা নদীদ্বীপ ৬ নং চৰৰ প্ৰাথমিক বিদ্যালয়ৰ আন্ত: গাঁথনিৰ দুৰ্বলতা ৷ কেঁচা ঘৰ,টিনৰ বেৰেৰে যেনে তেনে চলি আছে বিদ্যালয় ৷

ডেৰ শতাধিক লোকে বসবাস কৰা ৬ নং চৰত আছে মাত্ৰ এখনেই প্ৰাথমিক বিদ্যালয় ৷ মাত্ৰ দুজন শিক্ষকেৰে চলিছে বিদ্যালয়খন ৷ কিন্তু বাৰিষা বানে বিধ্বস্ত কৰে বিদ্যালয়খন ৷ যাৰ ফলত বেছিভাগ সময়েই বন্ধ হৈ থাকে ৬ নং চৰ প্ৰাথমিক বিদ্যালয় ৷ বিদ্যালয়খনৰ জৰাজীৰ্ণ অৱস্থা চাওক আমাৰ এই প্ৰতিবেদনত...

Slug : As_Chg_7th_jun_801 to 805_Bongaigaon_education_systems_in_Char_areas_viz_&_byte_Abdul_Maleque_Ahmed. 

Send by ftp. 

কেনেদৰে চলিছে অসমৰ চৰাঞ্চলৰ শিক্ষা ব্যৱস্থা ? এয়া বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ব্লকৰ অন্তৰ্গত লুইতৰ মাজত থকা নদী দ্বিপ ৬ নং চৰৰ দৃশ্য । চৰকাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয়ৰ আন্ত: গাথনি এয়া । কেচা ঘৰ,টিনৰ বেৰ । দেৰ শতাধিক লোকৰ বসতি প্ৰধান এই চৰৰ একমাত্ৰ চৰকাৰী বিদ্যালয় এইখন । এতি দুজন শিক্ষকে পাঠদান কৰিছে । কিছু দিনৰ ভিতৰত বানপানীৰ সময়ত বিদ্যালয় বন্ধ থাকিব । কাৰন বিদ্যালয়তো উঠে পানী । বানপানী আৰু গৰাখহনীয়াই জুৰুলা কৰা এই সমুহ চৰ অঞ্চলৰ শিক্ষাৰ বিষয়ে কি কলে ছাত্ৰ,শিক্ষক তথা স্থানীয় লোকে তাৰ ওপৰত এক প্ৰতিবেদন । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.