ETV Bharat / state

কোকৰাঝাৰ পানবাৰীত প্ৰিজাইডিং বিষয়াৰ গাফিলতি

দুয়োটা ভোট গ্ৰহণ কেন্দ্ৰত নিৰ্বাচনী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দুয়োটা ভোট গ্ৰহণ কেন্দ্ৰটেই পুনৰ নিৰ্বাচন হ'ব বুলি ঘোষণা কৰে ।

author img

By

Published : Apr 23, 2019, 7:41 PM IST

কোকৰাঝাৰ পানবাৰীত প্ৰিজাইডিং বিষয়াৰ গাফিলতি

কোকৰাঝাৰ, ২৩ এপ্ৰিলঃ কোকৰাঝাৰ পানবাৰী এম ই স্কুলৰ ৩৩ আৰু ৩৪ নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰ দুটাত প্ৰিজাইডিং অফিচাৰৰ গাফিলতি । মকড্ৰিল ভোট (Delete) নকৰাকৈয়ে ভোটগ্ৰহণ আৰম্ভ । দুয়োটা ভোট কেন্দ্ৰটেই উত্তপ্ত পৰিস্থিতি ।

কোকৰাঝাৰ পানবাৰীত প্ৰিজাইডিং বিষয়াৰ গাফিলতি

বিজনী বিধানসভা সমষ্টিৰ পানবাৰী বৰপথাৰ এম ই স্কুলৰ ৩৩ নম্বৰ আৰু ৩৪ নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰ দুটাত প্ৰিজাইডিং বিষয়াই EVM ৰ মকড্ৰিল ভোট (Delete) নকৰাকৈয়ে ভোটগ্ৰহণ আৰম্ভ কৰিবলৈ দিয়ে । উক্ত ঘটনাটি ৰাইজে পোহৰলৈ অনাৰ পিছতেই পৰিবেশ উত্তপ্ত হৈ পৰে । ঘটনাস্থলীত নিৰ্বাচনী বিষয়া উপস্থিত হৈ পৰিবেশ নিয়ন্ত্ৰণ কৰাৰ লগতে দুয়োটা ভোট গ্ৰহণ কেন্দ্ৰটেই পুনৰ নিৰ্বাচন হ'ব বুলি ঘোষণা কৰে ।

Slug : A_Chirang_23rd Apr_813 to 815_Chirang 2polling station poll stop Bijni_vis & byt_Abdul Maleque Ahmed.

Send by ftp. 

কোকৰাঝাৰ জনজাতি সংৰক্ষিত লোকসভা সমষ্টিৰ অধীনৰ চিৰাং জিলাৰ ৩১ নম্বৰ চিদলী বিধান সভা  সমষ্টিত দিনৰ তিনি বজালৈ ৬১ .৭ শতাংশ আৰু ৩৩ নম্বৰ বিজনী বিধান সভা সমষ্টিত মুঠ ৬৮. ৩৭ শতাংশ ভোটদান হয়   ৷ জিলাখনৰ দুটা সমষ্টিৰ কেইটামান ভোট গ্ৰহণ কেন্দ্ৰত ই ভি এম- ভিভিপেট মেচিনৰ আৰম্ভণিতে বিজুতি ঘটিছিল যদিও পিছলৈ ঠিক হয় আৰু ভোটাৰে ভোটদান অব্যাহত ৰাখে ৷ বিজনী বিধান সভা সমষ্টিৰ অধীনৰ পানবাৰী বৰপথাৰ এম ই স্কুলৰ ৩৩ নম্বৰ আৰু ৩৪ নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰ দুটাত প্ৰিজাইডিং বিষয়াই পুৱাতে গ্ৰহণ কৰা মকড্ৰিল ভোট মচি (Delete নকৰি) নেপেলাই একে হিচাৱতে ভোট গ্ৰহণ কৰি থকাত বিসংগতি ধৰা পৰাত ৰাইজৰ দাবীত বিদ্যালয়খনৰ ভোট গ্ৰহণ কেন্দ্ৰ দুটাত ভালে সময় জুৰি ভোটাৰ ৰাইজ অস্বস্থিত থাকিব লগীয়া হয় ৷ দিনৰ ১১ঃ ৩০ বজাত ভোটগ্ৰহণ কাৰ্য  বিজনী জিলা নিৰ্বাচন বিভাগে  বন্ধ কৰি দিয়ে ৷  পুনৰাই এই কেন্দ্ৰ দুটাত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ 

বাইট দুটা দিলো । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.