ETV Bharat / state

চিৰাঙত আৰক্ষীৰ অভিযানত গাঞ্জা সহ গ্ৰেপ্তাৰ সাত জন

চিৰাঙৰ ছাপাগুৰিত আৰক্ষীৰ অভিযান ৷ অভিযানত গাঞ্জাসহ গ্ৰেপ্তাৰ ৭ জন । লগতে জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা ।

চিৰাঙত আৰক্ষীৰ অভিযানত গাঞ্জা সহ গ্ৰেপ্তাৰ সাত জন
author img

By

Published : Aug 25, 2019, 11:16 PM IST

চিৰাং, 25 আগষ্টঃ চিৰাং আৰক্ষীৰ অভিযানত ঢালিগাঁও থানাৰ অন্তৰ্গত ছাপাগুৰীৰ পৰা দেওবাৰে নিশা প্ৰায় আঠ বজাত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা৷ তিনিখন মটৰ চাইকেলেৰে বাক্সা জিলাৰ বৰমাৰ পৰা চিৰাঙলৈ চাৰিটা বস্তাত কঢ়িয়াই নিছিল এশ কেজিৰো অধিক গাঞ্জা । গাঞ্জাৰ সৈতে গ্ৰেপ্তাৰ লোক কেইজন ক্ৰমে জৌংসাৰ ৱেৰী,দৈমালু ব্ৰহ্ম, কনকলাল ব্ৰহ্ম, ডেভিড বসুমতাৰী, সৌমখৌৰ ব্ৰহ্ম,আকাশ বসুমতাৰী আৰু ধনঞ্জয় ব্ৰহ্ম । গাঞ্জা কঢ়িওৱাত ব্যৱহৃত মটৰচাইকেল তিনিখন ক্ৰমে AS১৯H-৪৪৯৭, AS১৯F-২৩৯৬, AS০১DJ-৪৮৯ ৷

চিৰাঙত আৰক্ষীৰ অভিযানত গাঞ্জা সহ গ্ৰেপ্তাৰ সাত জন

জিলা সদৰ উপ আৰক্ষী অধীক্ষক প্ৰতাপ দাস,ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰহ্ম,চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুজ্যোতি নাথে চলোৱা যৌথ অভিযানত গাঞ্জা সৰবৰাহকাৰী এই চক্ৰটোক আটক কৰিবলৈ সক্ষম হয় । সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত৷

Intro:চিৰাঙৰ ছাপাগুৰিত গাঞ্জাসহ গ্ৰেপ্তাৰ ৭ জন । উদ্ধাৰ বৃহৎ পৰিমানৰ গাঞ্জা ।

Body:চিৰাঙত আৰক্ষীৰ অভিযানত গাঞ্জা সহ গ্ৰেপ্তাৰ সাত জন । আজি সন্ধীয়া ৮ বজাত চিৰাং আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাপাগুৰীৰ পৰা তিনিটা মটৰ ছাইকেলেৰে বাক্সা জিলাৰ বৰমাৰ পৰা চিৰাঙলৈ আনি থকা চাৰিখন বস্থাত মুঠ এশতকৈ অধিক কেজিৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । গাঞ্জাৰ সৈতে গ্ৰেপ্তাৰ লোক কেইজন ক্ৰমে কোকৰাঝাৰ জিলাৰ কাজিগাঁওৰ জৌংসাৰ ৱেৰী,দৈমালু ব্ৰহ্ম, কাৰিগাঁওৰ কনকলাল ব্ৰহ্ম,চিৰাঙৰ ৰৌমাৰীৰ ডেভিড বসুমতাৰী,ছাপাগুৰীৰ সৌমখৌৰ ব্ৰহ্ম,আকাশ বসুমতাৰী আৰু ধনঞ্জয় ব্ৰহ্ম । গাঞ্জা কঢ়িওৱাত ব্যৱহৃত মটৰচাইকেল তিনিখন ক্ৰমে এএচ১৯এইচ_৪৪৯৭, এএচ১৯এফ_২৩৯৬, এএচ০১ডিজে_৯৪৮৯ জিলা সদৰ উপ আৰক্ষী অধিক্ষক প্ৰতাপ দাস,ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰহ্ম,চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুজ্যোতি নাথে চলোৱা যৌথ অভিযানত গাঞ্জা সৰবৰাহকাৰী এই চক্ৰটোক ধৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে সম্প্ৰতি অধিক জেৰা চলাই আছে গ্ৰেপ্তাৰ সাতোজন ব্যাক্তিক আৰু উদ্ধাৰ গাঞ্জাখিনি ঢালিগাঁও থানাগ ৰক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে ।

byte : Pratap Das, DSP HQ. & arrests person.

Conclusion: জিলাখনত যোৱা কিছুদিনৰ পৰা ধাৰাবাহিক ভাৱে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই থকা আৰক্ষীয়ে আজি গাঞ্জা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.