ETV Bharat / state

চিৰাঙৰ ভাৰত-ভূটান সীমান্তত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ এজন এন ডি এফ বি (এছ)ৰ সদস্য - চিৰাঙৰ ভাৰত-ভূটান সীমান্তত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ এজন এন ডি এফ বি (এছ)ৰ সদস্য

চিৰাঙত সেনা,আৰক্ষী আৰু এছ এছ বিৰ সফলতাপূৰ্বক অভিযান ৷ অভিযানত জিলাখনৰ আমগুৰি থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ পৰা মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ এজন এন ডি এফ বি(এছ)ৰ সদস্য ৷

চিৰাঙৰ ভাৰত-ভূটান সীমান্তত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ এজন এন ডি এফ বি (এছ)ৰ সদস্য
author img

By

Published : Nov 8, 2019, 3:08 PM IST

চিৰাং, 8 নৱেম্বৰ: চিৰাঙৰ ভাৰত-ভূটান সীমান্তত গ্ৰেপ্তাৰ নিষিদ্ধ ঘোষিত এন ডি এফ বি (এছ) ৰ সদস্য ৷ সেনা-আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰ সহ গ্ৰেপ্তাৰ এন ডি এফ বি (এছ)ৰ সদস্যজন । চিৰাঙত সেনা,আৰক্ষী আৰু এছ এছ বিৰ যুটিয়া অভিযানত জিলাখনৰ আমগুৰি থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ সুকান টাক্লাইৰ পৰা ফিলিমন নাৰ্জাৰী নামৰ এজন এন ডি এফ বি (এছ)ৰ সদস্যজনক মাৰণাস্ত্ৰ সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

গ্ৰেপ্তাৰ এজন এন ডি এফ বি (স) ৰ সদস্য
গ্ৰেপ্তাৰ এজন এন ডি এফ বি (স) ৰ সদস্য

গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থী সদস্যজনৰ ঘৰ আমগুৰিত। সদস্যজনৰ পৰা এটা পিস্তল সহ দুটাকৈ বন্দুক উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে । জিলাখনত নিয়োজিত হৈ থকা নিৰাপত্তা বাহিনীয়ে এক উচ্চ পৰ্যায়ৰ তথ্যৰ ভিত্তিত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছিল সীমান্ত অঞ্চলত । উগ্ৰপন্থী সংগঠন এন ডি এফ বি এছ)য়ে অস্ত্ৰ সৰবৰাহ কৰাৰ তথ্য লাভ কৰিছিল সেনাই ৷ উগ্ৰপন্থী সংগঠন এন ডি এফ বি (এছ)ৰ ঘাটি হিচাপে পৰিণত চিৰাং জিলাৰ পৰা সংগঠনটোক প্ৰতিনিধিত্ব কৰিছে সভাপতি বি ছাউৰাইগ্ৰা আৰু সম্পাদক বি আৰ ফেৰেংগাই ।

Intro:চিৰাঙৰ ভাৰত-ভূটান সীমান্তত সেনা-আৰক্ষীৰ অভিযানত মাৰনাস্ত্ৰ সহ গ্ৰেপ্তাৰ এজন এন ডি এফ বি (ছা)ৰ সদস্য।

Body:চিৰাঙত সেনা,আৰক্ষী আৰু এচএচবিৰ অভিযানত জিলাখনৰ আমগুৰি থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ সুকান টাক্লাইৰ পৰা ফিলিমন নাৰ্জাৰী(৩০)নামৰ এজন এন ডি এফ বি (ছা)ৰ সদস্যক মাৰনাস্ত্ৰ সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গ্ৰেপ্তাৰ সদস্য জনৰ ঘৰ আমগুৰিত । সদস্য জনৰ পৰা এটা পিস্থল সহ দুটাকৈ বন্দুক উদ্ধাৰ হয় । জিলাখনত নিয়োজিত হৈ থকা নিৰাপত্তা বাহিনীয়ে এক উচ্চ পৰ্য্যায়ৰ তথ্যৰ ভিত্তিত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছিল সীমান্ত অঞ্চলত । কিয়নো উগ্ৰপন্থী সংগঠন এন ডি এফ বি (ছা)ই অস্ত্ৰ সৰবহাহ কৰাৰ তথ্য লাভ কৰিয়ে যৌথ ভাৱে অভিযান চলাই এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ।

Conclusion:উগ্ৰপন্থি সংগঠন এন ডি এফ বি (ছা)ৰ ঘাটি হিচাবে পৰিনত চিৰাং জিলাৰ পৰা সংগঠনটোক প্ৰতিনিধিত্ব কৰিছে সভাপতি বি ছাউৰাইগ্ৰা আৰু সম্পাদক বি আৰ ফেৰেঙ্গা। শেষতিয়াকৈ সেনা -আৰক্ষীৰ যৌথ অভিযানত সংগঠনটোক মোক্ষম আঘাত সানিবলৈ সক্ষম হৈছে সেনা-আৰক্ষী । বহু কেই জন সদস্যক গ্ৰেপ্তাৰ কৰাৰ লগতে সংঘৰ্ষত নিহত হৈছে বহু কেইজন উগ্ৰপন্থি সদস্য ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.