ETV Bharat / state

চিৰাং আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Jan 19, 2020, 1:49 PM IST

গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰীক ৷ ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ড্ৰাগছ ভৰ্তি 9 টা কণ্টেইনাৰ সহ এটা চিৰিঞ্জ ৷

one-drugs-smuggler-arrested-with-drugs-in-chirang
গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰীক ৷

চিৰাং , 19 জানুৱাৰীঃ শনিবাৰে নিশা চিৰাং আৰক্ষীয়ে আটক কৰে এজন ড্ৰাগছ সৰবৰাহকাৰীক ৷ চিৰাং জিলাৰ বিজনী মহকুমাৰ আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত আৰু স্থানীয় ৰাইজৰ সহযোগিতাত গোপন তথ্যৰ পম খেদি আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হয় ৷ শনিবাৰে নিশা চিৰাঙৰ বিজনী ৰে’ল ষ্টেচনৰ শিতলা মন্দিৰৰ সমীপৰ পৰা যুৱক জনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ ধৃত যুৱকজনৰ নাম মাৰবিন আহমেদ(18) ৷ আৰক্ষীয়ে যুৱকজনৰ পৰা ড্ৰাগছ ভৰ্তি 9 টা কণ্টেইনাৰ সহ এটা চিৰিঞ্জ উদ্ধাৰ কৰিছে ৷

লগতে পঢ়কঃ সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম স্থান দখল কৰিলে কমলপুৰৰ হিমানজ্যোতিয়ে

Intro:নিশা চিৰাঙৰ বিজনী ৰেলষ্টেচনৰ শিতলা মন্দিৰৰ সমিপত ড্ৰাগছ সহ আটক এজন যুবক। যুবক জনৰ নাম মাৰবিন আহমেদ(১৮)। ড্ৰাগছ ভৰ্তি ৯টা কন্টেইনাৰ সহ এখন চিৰিঞ্জ উদ্ধাৰ কৰে আৰক্ষীয়ে। বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত আৰু স্থানীয় ৰাইজৰ সহজোগত গোপন তথ্যৰ ভিত্তিত ধৰিবলৈ সক্ষম হয় ড্ৰাগছ ব্যৱসায়ী জনক।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:নিশা চিৰাঙৰ বিজনী ৰেলষ্টেচনৰ শিতলা মন্দিৰৰ সমিপত ড্ৰাগছ সহ আটক এজন যুবক।

Conclusion:নিশা চিৰাঙৰ বিজনী ৰেলষ্টেচনৰ শিতলা মন্দিৰৰ সমিপত ড্ৰাগছ সহ আটক এজন যুবক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.