চিৰাং, 22 ডিচেম্বৰ: বঙাইগাঁৱৰ অভয়াপুৰীত উদ্ধাৰ 5 টাকৈ লতামাকৰি বাঘৰ পোৱালি ৷ অভয়াপুৰীৰ বড়িগাঁও নিৱাসী চিম্ময় দেৱ শৰ্মা নামৰ লোক এগৰাকীৰ বাসগৃহৰ সমীপতে ৰাইজে উদ্ধাৰ কৰে লতামাকৰি বাঘৰ পোৱালিকেইটা ৷ স্থানীয় ৰাইজে পোৱালিকেইটা উদ্ধাৰ কৰি বন বিভাগৰ লোকক অৱগত কৰে ৷ পৰৱৰ্তী সময়ত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পোৱালিকেইটা উদ্ধাৰ কৰি লৈ যায় ৷
![অভয়াপুৰীত উদ্ধাৰ 5 টাকৈ লতামাকৰি বাঘৰ পোৱালি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-05-bongaigaonrareliopardkidresque-vis-10012_22122020191812_2212f_1608644892_621.jpg)
লগতে পঢ়ক: শ্বহীদ নৌ সেনা বিষয়াৰ পত্নীয়ে যোগদান কৰিলে ভাৰতীয় সেনাত