ETV Bharat / state

ভাৰতীয় সেনাৰ উদ্যোগত বান সজাগতা শীৰ্ষক ম'ক ড্ৰীল সম্পন্ন

ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজন, এন ডি আৰ এফ, এছ এছ বি আৰু স্থানীয় জিলা প্ৰশাসনৰ উদ্য়োগত সম্পন্ন কৰা হয় এই ড্ৰীল ৷

বঙাইগাঁওত সেনাৰ মক ড্ৰীল
author img

By

Published : May 9, 2019, 11:08 PM IST

চিৰাং, 9 মেঃ ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজন আৰু জিলা প্ৰশাসন তথা এছ এছ বি আৰু এন ডি আৰ এফৰ উদ্যোগত বৃহস্পতিবাৰে বানপানীক লৈ এক ম'ক ড্ৰীল আয়োজন কৰা হয় ৷ চিৰাং জিলাৰ আই নদীৰ হাগ্ৰামা ব্ৰীজৰ পাৰত অনুষ্ঠিত হৈ যায় এই শিবিৰ ৷

সেনাৰ মক ড্ৰীল

বানপানীৰ সময়ত আৰ্তজনক কিদৰে সহায়ৰ হাত আগবঢ়াব পাৰি সেই বিষয়ে এই ম'ক ড্ৰীল আয়োজন কৰা হয় ৷ অনুষ্ঠানত সেনা,অৰ্ধসামৰিক বাহিনী, এন ডি আৰ এফ আৰু আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে জোৱানসকল উপস্থিত থাকে ৷ সেনাৰ সহযোগত আয়োজন কৰা এই মটক ড্ৰীলত অংশগ্ৰহণ কৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে ৷

Slug : As_Chg_9th May_809 to 812_Chirang Army Mockdrill on flood rescue_vis & byte_Abdul Maleque Ahmed. 

Send by ftp. 

চিৰাং জিলাৰ আইনদীত (হাগ্ৰামা ব্ৰিজৰ ওচৰত) ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজন,এন ডি আৰ এফ তথা বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বানপানীৰ সময়ত দ্ৰুত বন্যাৰ্ত সকলক উদ্ধাৰ কৰাৰ বিষয়ে দুৰ্য্যোগ পশমন বিভাগৰ এলানি  অনুশিলন অনুষ্টিত হৈ যায় । ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ বিষয়া সকলৰ লগতে এই অনুশীলন কাৰ্যত বঙাইগাঁওৰ জিলা উপায়ুক্ত আদিল খান উপস্থিত থাকি অনুশীলনৰ বুজ লয় । 

    বঙাইগাঁও-চিৰাং জিলা যিহেতু বান পানী অধ্যুশিত এলেকা সেয়ে বাৰিষা বতৰ সমাগত আৰু বানপানী যিকোনো মুহুৰ্ততেই হব পাৰে । সেয়ে আগতীয়াকৈ বান পানীৰ সময়ত হব পৰা যিকোনো পৰিস্থিতিৰ মুখামুখি যাতে হব পৰা যায় আৰু বন্যাৰ্তৰ সহায় কৰিব পৰা যায় সেই উদ্দেশ্যে এই অনুশীলনৰ আয়োজন কৰিছে বুলিও জনায় ।

বাইট : সেনা বিষয়া আৰু বঙাইগাঁও জিলা উপায়ুক্ত আদিল খান । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.