ETV Bharat / state

চিৰাঙত বন বিভাগৰ অভিযানঃ জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত আলুখুন্দাৰ ভান্দানিঘাট অঞ্চলত বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত শাল আৰু চেগুনৰ 190টা কুণ্ডা জব্দ কৰে আৰক্ষী আৰু বন বিভাগৰ এটা দলে

চিৰাঙত বন বিভাগৰ অভিযানঃ জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ
author img

By

Published : Apr 6, 2019, 2:57 PM IST

চিৰাং,6 এপ্ৰিলঃ চিৰাঙত চোৰাং কাঠ বেপাৰৰ বিৰুদ্ধে আৰক্ষী-বন বিভাগৰ অভিযান । অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ । চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত আলুখুন্দাৰ ভান্দানিঘাট অঞ্চলত বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত শাল আৰু চেগুনৰ 190 টা কুণ্ডা জব্দ কৰে আৰক্ষী আৰু বন বিভাগৰ এটা দলে । উদ্ধাৰ হোৱা চোৰাং কাঠখিনিৰ বজাৰ মূল্য আনুমানিক দুই লক্ষাধিক হ'ব বুলি জানিব পৰা গৈছে। সম্প্ৰতি চোৰাং কাঠখিনি বিজনী বনাঞ্চলিক বিষয়াক গতাই দিছে আৰক্ষীয়ে ।

Slug : A_Chirang_6th Apr_809_Chirang illegal timber seized_vis & byte_Abdul Maleque Ahmed. 

Send by mail. 

চিৰাঙত চোৰাং কাঠ বেপাৰৰ বিৰুদ্ধে আৰক্ষী-বন বিভাগৰ অভিযান। অভিযানত বৃহৎ সংখ্যক চোৰাং কাঠ জব্দ ।  চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত আলুখুন্দাৰ ভান্দানিঘাট অঞ্চলত আৰক্ষী আৰু বন বিভাগৰ যৌথ অভিযানত শাল,চেগুন আৰু অকাঠৰ ১৯০ টা কুণ্ডা জব্দ কৰে । উদ্ধাৰ চোৰাং কাঠ খিনিৰ বজাৰ মুল্য আনুমানিক দুই লক্ষাধিক হব । বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত চলিছিল এই অভিযান । সম্প্ৰতি চোৰাং কাঠখিনি বিজনী বনাঞ্চলিক বিষয়াক গতাই দিছে আৰক্ষীয়ে। দীৰ্ঘদিনৰ পৰাই অঞ্চলটোত চলি আছিল চোৰাং কাঠৰ ব্যৱসায় ।

বাইট : ৰেঞ্জাৰ বিজনী । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.