ETV Bharat / state

চিৰাঙত পত্নীক ঘপিয়াই স্ৱামীৰ আত্মহনন - বঙাইগাঁৱত পত্নীক ঘপিয়াই আত্মহনন স্ৱামীৰ

পত্নীক চোকা অস্ত্ৰৰে ঘপিয়াই আঘাত কৰি নিজেও ৰে'লৰ সমুখত জপিয়াই আত্মহত্যা কৰে পৰ্তুজ নম দাস নামৰ লোকজনে ৷

পত্নীক ঘপিয়াই স্ৱামীৰ আত্মহনন
author img

By

Published : Nov 13, 2019, 9:15 PM IST

চিৰাং, 13 নৱেম্বৰ: চিৰাঙৰ বিজনীত পৰিবাৰিক কন্দলে ল'লে ভয়ংকৰ পৰিণতি ৷ জিলাখনৰ অন্তৰ্গত বিজনীৰ সুদেমপুৰীত বুধবাৰে পৰ্তুজ নম দাস নামৰ এজন লোকে পত্নীক চোকা অস্ত্ৰৰে ঘপিয়াই আঘাত কৰাৰ লগতে ৰে'লৰ সমুখত জপিয়াই আত্মহত্যা কৰে পৰ্তুজ নম দাস নামৰ লোকজনে ৷ বৰ্তমানলৈ জানিব পৰা হোৱা নাই ঘটনাৰ আঁৰৰ ৰহস্য ৷ পাৰিবাৰিক কন্দৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে পৰ্তুজ নম দাসৰ পত্নী তাৰা নম দাসক ৷

Intro:চিৰাঙৰ বিজনীত পৰিবাৰিক কাজিয়াৰ ভয়ংকৰ পৰিণতি ৷ পত্নীক দাৰে ঘপিয়াই স্বামীৰ আত্মহত্যা ৷ ৰেলৰ সন্মুখত জপিয়াই আত্মহত্যা পৰ্তুজ নম দাস নামৰ লোকজনৰ । সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ তাৰা নম দাস নামৰ পত্নিক ৷ বিজনীৰ সুদেমপুৰীত পূৱতি নিশা সংঘটিত হয় এই ঘটনা ৷ চিকিৎসাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত আনে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰন কৰে । বিয়লি পৰিয়ালৰ লোকেহে জনায় সংবাদ মাধ্যমক বিতং তথ্য ।

বাইট : পৰিয়ালৰ লোক ।

Body:হত্যাকাণ্ড

Conclusion:হত্যাকাণ্ড ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.