ETV Bharat / state

বিজনীত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচী - বিনামূলীয়া পাঠদান

চিৰাং জিলাৰ বিজনীত সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভ ।

বিজনীত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচী
author img

By

Published : Jul 3, 2019, 9:13 AM IST

Updated : Jul 3, 2019, 9:54 AM IST

চিৰাঙ,3 জুলাই: চিৰাঙ জিলাৰ বিজনীত মঙলবাৰৰ পৰা সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত এমহীয়া বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচী আৰম্ভ হয়। গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচী শুভাৰম্ভ কৰাৰ প্ৰাক মূহুৰ্তত ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰিবলৈ উপস্থিত থাকে বিজনী বিধায়ক কমল সিং নাৰ্জাৰী,বিজনী অসামৰিক চিকিৎসালয়ৰ চিকিৎসক পুষ্পেন্দ্ৰ বৰদলৈ,শিক্ষক ক্ৰমে নিৰ্মল দাস,সুব্ৰত পাল,নন্দ ঘোষ,গোপাল ঘোষ,ফেডাৰেচনৰ চিৰাং জিলাৰ সভাপতি শুভ মজুমদাৰ,বিজনী আঞ্চলিকৰ সভাপতি,সম্পাদকে ধৰি বহু সমল ব্যক্তি উপস্থিত থাকে।

বিজনীত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচী

বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে কয় যে প্ৰতিটো ছাত্ৰ সংগঠনে বিদ্যালয় সমূহৰ গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এই দৰেই পাঠদানৰ শিবিৰ অনুষ্ঠিত কৰিব লাগে।

Intro:চিৰাং জিলাৰ বিজনীত সদৌ বিটিচি বেঙ্গলি যুৱ ছাত্ৰ ফেডেৰেচনৰ উদ্যোগত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভ ।
Body:
চিৰাঙ জিলাৰ বিজনীত আজিৰে পৰা সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত এমহীয়া বিনামূলীয়া গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচী আৰম্ভ হয়। গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচী শুভৰাম্ভ কৰাৰ প্ৰাক মূহুৰ্তত ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰিবলৈ উপস্থিত থাকে বিজনী বিধায়ক কমল সিং নাৰ্জাৰী, বিজনী অসামৰিক চিকিৎসালয়ৰ চিকিৎসক পুষ্পেন্দ্ৰ বৰদলৈ,শিক্ষক ক্ৰমে নিৰ্মল দাস,সুব্ৰত পাল,নন্দ ঘোষ,গোপাল ঘোষ, ফেডেৰেচনৰ চিৰাং জিলাৰ সভাপতি শুভ মজুমদাৰ,বিজনী আঞ্চলিকৰ সভাপতি,সম্পাদকে ধৰি বহু সমল ব্যক্তি উপস্থিত থাকে।

Conclusion:বিজনী সমষ্টীৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে কয় যে প্ৰতিটো ছাত্ৰ সংগঠনে বিদ্যালয় সমুহৰ গ্ৰীষ্মকালিন বন্ধৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এই দৰেই পাঠদানৰ শিবিৰ অনুষ্ঠিত কৰিব লাগে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
Last Updated : Jul 3, 2019, 9:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.