ETV Bharat / state

চিৰাঙত সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ সম্বৰ্দ্ধনা অনুষ্ঠান - সম্বৰ্দ্ধনা অনুষ্ঠান

দেওবাৰে অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠানত বিজনীৰ বিষ্ণুপুৰ আঞ্চলিকৰ অন্তৰ্গত এলেকাৰ মুঠ ৭০ জনকৈ কৃতি ছাত্ৰ-ছাত্ৰীক সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বিষ্ণুপুৰ আঞ্চলিক সমিতিয়ে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।

চিৰাঙত সদৌ বিটিচি বেংগলি যুৱ ছাত্ৰ ফেডাৰেচনৰ সম্বৰ্দ্ধনা অনুষ্ঠান
author img

By

Published : Jul 1, 2019, 8:32 AM IST

চিৰাং,30 জুন: চিৰাঙৰ বিজনীৰ বিষ্ণুপুৰত সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা ৷ অনুষ্ঠানটোত ছাত্ৰ সংগঠনটোৰ সভাপতি মণ্টু দে, সাধাৰণ সম্পাদক ব্ৰজগোপাল সৰকাৰ,18নং মানাস ছেৰফাং সমষ্টিৰ বিটিচিৰ পৰিষদীয় সদস্য অতিন হাজং, প্ৰাক্তন এম চি এল এ সুভাষ বসুমতাৰী,শিক্ষাবিদ কাৰ্তিক চন্দ্ৰ দাস,এচ এচ বিৰ বিষ্ণুপুৰ কেম্পৰ কামাণ্ডেটৰ লগতে আন বহু লোক উপস্থিত থাকে । অভিনন্দন অনুষ্ঠানৰ পূৰ্বে সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি মণ্টু দে সংগঠনটোৰ পতাকা উত্তোলন কৰাৰ লগতে শ্বহীদসকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদক ব্ৰজগোপাল সৰকাৰে। দেওবাৰে অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠানত বিজনীৰ বিষ্ণুপুৰ আঞ্চলিকৰ অন্তৰ্গত এলেকাৰ মুঠ ৭০ জনকৈ কৃতি ছাত্ৰ-ছাত্ৰীক সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বিষ্ণুপুৰ আঞ্চলিক সমিতিয়ে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।

etv bharat assam

Intro:চিৰাঙৰ বিজনীৰ বিষ্ণুপুৰত সদৌ বিটিচি বেঙ্গলি যুৱ ছাত্ৰ ফেডেৰেচনৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা ।
Body:চিৰাং জিলাৰ বিজনীৰ বিষ্ণুপুৰ বজাৰ প্ৰেক্ষাগৃহত সদৌ বিটিচি বেঙ্গলি যুৱ ছাত্ৰ ফেডেৰেচনৰ বিষ্ণুপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত হাইস্কুল শেষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত অঞ্চলৰৰ পৰা সুখ্যাতিৰে উৰ্ত্তীৰ্ণ মুঠ ৭০ জন ছাত্ৰ-ছাত্ৰীক বিশেষ ভাবে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। ছাত্ৰ সংগঠনটোৰ সভাপতি মণ্টু দে, সাধাৰন সম্পাদক ব্ৰজগোপাল সৰকাৰ,18নং মানাস ছেৰফাং সমষ্টিৰ বিটিচিৰ পৰিষদীয় সদস্য অতিন হাজং, প্ৰাক্তন এম চি এল এ সুভাষ বসুমতাৰী,শিক্ষাবিদ কাৰ্তিক চন্দ্ৰ দাস,এচ এচ বিৰ বিষ্ণুপুৰ কেম্পৰ কামাণ্ডেটৰ লগতে বহু সমল ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে অভিনন্দন অনুষ্ঠানৰ পূৰ্বে সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি মণ্টু দে সংগঠনটোৰ পতকা উত্তোলন কৰাৰ লগতে শ্বহিদ সকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সাধাৰন সম্পাদক ব্ৰজগোপাল সৰকাৰে। আজি এই অভিনন্দন অনুষ্ঠানত বিজনীৰ বিষ্ণুপুৰ আঞ্চলিকৰ অন্তৰ্গত এলেকাৰ মুঠ ৭০ জনকৈ কৃতি ছাত্ৰ-ছাত্ৰীক সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বিষ্ণুপুৰ আঞ্চলিক সমিতিয়ে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

Conclusion:ছাত্ৰ সংগঠনটোৱে কৃতি ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ লগতে শিক্ষামুলক সজাগতা সম্বন্ধেও উপস্থিত অভিভাৱক সকলক অনুৰোধ জনায় ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.