বঙাইগাঁও,8 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ইয়াৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদ সন্দৰ্ভত দেওবাৰে বঙাইগাঁও জিলা উপায়ুক্তৰ জৰুৰী সংবাদমেল ৷ সংবাদমেলৰ জৰিয়তে জিলাখনৰ আইন শৃঙ্খলা বজাই ৰাখিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে প্ৰতিবাদত ছাত্ৰ-ছাত্ৰী সকলক অংশগ্ৰহন নকৰিবলৈ আহ্বান জিলা উপায়ুক্ত ছেডনেক সিঙৰ ৷ জিলা উপায়ুক্ত গৰাকীয়ে লগতে উল্লেখ কৰে যে, নাগৰিকত্ব সংশোধনী বিধেয়েক খনৰ বিৰোধীতাৰে জিলাখনত যি ধৰনে প্ৰতিবাদ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে তাক নিয়ন্ত্ৰণ কৰিবৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে সাজু হৈ আছে ৷ সকলো বিভাগ সামৰি পৃথকে-পৃথকে সভা অনুষ্ঠিত কৰাৰ লগতে নিৰাপত্তা বাহিনী সষ্টম কৰি ৰখাৰ কথাও উল্লেখ কৰে জিলা উপায়ুক্ত গৰাকীয়ে ৷
কেব বিৰোধী প্ৰতিবাদ প্ৰতিহত কৰিবলৈ সাজু বঙাইগাঁও জিলা প্ৰশাসন - বঙাইগাঁও জিলা জিলা উপায়ুক্ত ছেডনদক সিং
নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত দেওবাৰে বঙাইগাঁও জিলা উপায়ুক্তৰ জৰুৰী সংবাদমেল ৷ জিলাখনৰ আইন শৃঙ্খলা বজাই ৰাখিবলৈ সকলোকে আহ্বান কৰাৰ লগতে প্ৰতিবাদত ছাত্ৰ-ছাত্ৰী সকলক অংশগ্ৰহন নকৰিবলৈ আহ্বান জিলা উপায়ুক্তৰ ৷
বঙাইগাঁও,8 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ইয়াৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদ সন্দৰ্ভত দেওবাৰে বঙাইগাঁও জিলা উপায়ুক্তৰ জৰুৰী সংবাদমেল ৷ সংবাদমেলৰ জৰিয়তে জিলাখনৰ আইন শৃঙ্খলা বজাই ৰাখিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে প্ৰতিবাদত ছাত্ৰ-ছাত্ৰী সকলক অংশগ্ৰহন নকৰিবলৈ আহ্বান জিলা উপায়ুক্ত ছেডনেক সিঙৰ ৷ জিলা উপায়ুক্ত গৰাকীয়ে লগতে উল্লেখ কৰে যে, নাগৰিকত্ব সংশোধনী বিধেয়েক খনৰ বিৰোধীতাৰে জিলাখনত যি ধৰনে প্ৰতিবাদ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে তাক নিয়ন্ত্ৰণ কৰিবৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে সাজু হৈ আছে ৷ সকলো বিভাগ সামৰি পৃথকে-পৃথকে সভা অনুষ্ঠিত কৰাৰ লগতে নিৰাপত্তা বাহিনী সষ্টম কৰি ৰখাৰ কথাও উল্লেখ কৰে জিলা উপায়ুক্ত গৰাকীয়ে ৷
বাইট : ছেডনদক সিং, জিলা উপায়ুক্ত বঙাইগাঁও ।
Body:নাগৰিকত্ব সংশোধনি বিধেয়ক লৈ সমগ্ৰ ৰাজ্য উত্তাল ,পিচপৰি থকা নাই বঙাইগাঁও জিলাও । সমধ্ৰ ৰাজ্যৰ লগতে
Conclusion:নাগৰিকত্ব সংশোধনি বিধেয়ক লৈ যাতে প্ৰতিবাদ হলেও বঙাইগাঁও জিলাৰ পৰিৱেশ শান্তিপথৰ্ণ থাকে তাৰ প্ৰতি গুৰুত্বপ্ৰদানৰ বাবে জিলা উপায়ুক্তৰ সকলোলৈ আহ্বান ।
বঙাইগাঁওৰ পৰা আব্দুল মালেক আহমেদ ।