ETV Bharat / state

চিৰাঙত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু গৃহৰক্ষী জোৱানৰ - চিৰাঙত বিদ্যুৎপৃষ্ট হৈ গৃহৰক্ষী জোৱানৰ মৃত্যু

বৰ্তমান জোৱানজনৰ মৃতদেহ চিৰাং জিলা সদৰ কাজলগাঁৱৰ জে এচ বি অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ  পৰীক্ষাৰ বাবে ৰখা হৈছে।

চিৰাং
বিদ্যুৎপৃষ্ট হৈ গৃহৰক্ষী জোৱানৰ মৃত্যু
author img

By

Published : Dec 2, 2019, 7:43 PM IST

Updated : Dec 2, 2019, 10:48 PM IST

চিৰাং, 2 ডিচেম্বৰ : সোমবাৰে চিৰাঙত বিদ্যুৎপৃষ্ট হৈ নিহত এজন গৃহৰক্ষী জোৱান। জানিব পৰা মতে, জিলাখনৰ আৰক্ষী অধীক্ষকৰ চৰকাৰী আবাসগৃহত মালী হিচাবে কৰ্মৰত শংকৰ ৰায়(৩৩) নামৰ জোৱানজনে আৰক্ষী অধীক্ষকৰ আবাসৰ উদ্যানৰ গছৰ ডাল কাটোতে এচ টি লাইনত বিদ্যুৎস্পৃষ্ট হৈ গছৰ পৰা বাগৰি পৰে । ততাতয়াকৈ জোৱানজনক বঙাইগাঁৱৰ নাৰ্ছিং হোমত ভৰ্তি কৰায় যদিও চিকিৎসকে জোৱানজন মৃত বুলি ঘোষণা কৰে ।

গৃহৰক্ষী জোৱানৰ মৃত্যু

বৰ্তমান জোৱানজনৰ মৃতদেহ চিৰাং জিলা সদৰ কাজলগাঁৱৰ জে এচ বি অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা হৈছে। নিহত জোৱানজনৰ ঘৰ বঙাইগাঁও জিলাৰ বইটামাৰীৰ ঢাকনামাৰীত ৷ মৃত জোৱানজনে ইহ সংসাৰত এৰি যায় পত্নী সহ সাত বছৰীয়া পুত্ৰক ।

Intro:চিৰাঙত বিদ্যুতপৃষ্ট হৈ গৃহৰক্ষী জোৱানৰ মৃত্যু । জিলাসদৰ কাজলগাঁওৰ মিলন উদ্যানৰ গছৰ ডাল কাটিব লগাইছিল গৃহৰক্ষী জোৱান জনক । ডাল কাটী থাকোতেই বিদ্যুতপৃষ্ট হয় ।

Body:চিৰাঙত বিদ্যুতপৃষ্ট হৈ গৃহৰক্ষী জোৱান নিহত । জানিবপৰা মতে চিৰাং জিলা আৰক্ষী অধিক্ষকৰ চৰকাৰী আবাসগৃহত মালি হিচাবে কৰ্মৰত শংকৰ ৰায়(৩৩) নামৰ গৃহৰক্ষী জোৱান জনে দিনৰ দেৰ বজাত আৰক্ষী অধিক্ষকৰ আবাসৰ সন্মুখৰ উদ্যানৰ গছৰ ডাল কাটোতে এচ টি লাইনত বিদ্যুত পৃষ্ট হৈ গছৰ পৰা বাগৰি পৰে । তাৰ পিচতে বঙাইগাঁওৰ নাৰ্ছিং হোমত লয় যদিও চিকিৎসকে মৃত বুলি ঘোষনা কৰে । বৰ্তমান জোৱান জনৰ মৃতদেহ চিৰাং জিলা সদৰ কাজলগাঁওৰ জে এচ বি অসামৰিক চিকিৎসালয়ত মৰনোত্তৰ পৰিক্ষাৰ বাবে ৰাখিছে। নিহত জোৱান জনৰ ঘৰ বঙাইগাঁও জিলাৰ বইটামাৰীৰ ঢাকনামাৰীত বুলি জানিব পৰা গৈছে। গৃহৰক্ষী জোৱান জনৰ পত্নি সহ সাত বছৰীয়া পুত্ৰ আছে ।  গৃহৰক্ষী জোৱান জনক আজি কোনে কিয় উদ্যানৰ গছৰ ডাল কাটিব লগালে সেয়া এতিয়াও ৰহস্য জনক হৈ আছে বুলি পৰিয়াল সুত্ৰে জনাইছে । পৰিয়ালৰ লোকে উপযুক্ত ক্ষতিপুৰনৰ দাবী জনাইছে জিলা প্ৰশাসনৰ ওচৰত ।

বাইট দিলো দুটা ।

Conclusion:গৃহৰক্ষী জোৱান জনৰ মৃতদেহ মৰনোত্তৰ পৰিক্ষাৰ অন্তত পৰিয়ালৰ লোকক চমজাই দিয়ে আৰক্ষীয়ে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
Last Updated : Dec 2, 2019, 10:48 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.