ETV Bharat / state

চিৰাঙত বিদ্যুতস্পৃষ্ট হৈ নিহত বন্যহস্তী - elephant kill by electric shok

চিৰাঙৰ পানবাৰীৰ কাশিবাৰীত বিদ্যুতস্পৃষ্ট হৈ নিহত হয় এটি বন্যহস্তী ৷ অবৈধ ভাৱে খেতিত বিদ্যুতৰ তাঁৰ সংযোগ কৰাৰ বাবেই নিহত হয় বন্যহস্তীটো ৷ ঘটনা সন্দৰ্ভত বন বিভাগে গ্ৰেপ্তাৰ কৰিছে সুশিল নাৰ্জাৰী আৰু আৰু সম্বাৰু বসুমতাৰী নামৰ দুজন লোকক ৷

Chirang wild elephant kill by electric shok
চিৰাঙত বিদ্যুতস্পৃষ্ট হৈ নিহত বন্যহস্তী
author img

By

Published : Nov 21, 2020, 7:48 PM IST

চিৰাং,21নৱেম্বৰ: শনিবাৰে চিৰাঙৰ পানবাৰীৰ কাশিবাৰীত বিদ্যুতস্পৃষ্ট হৈ নিহত হয় এটি বন্যহস্তী ৷ অঞ্চলটোত বন্যহস্তীৰ সন্ত্ৰাস ৰুধিবলৈ খেতি-পথাৰত অবৈধ ভাৱে বৈদ্যুতিক তাঁৰৰ সংযোগেৰে বৈদ্যুতিকৰণ কৰাত বিদ্যুতস্পৃষ্ট হৈ বন্যহস্তীটোৰ মৃত্যু হয় ৷ চিৰাং জিলাৰ পানবাৰীৰ কাশিবাৰীত সংঘটিত হয় এই ঘটনা ।

চিৰাঙত বিদ্যুতস্পৃষ্ট হৈ নিহত বন্যহস্তী

বন বিভাগে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ লগতে মৃত বন্যহস্তীটোৰ মৰনোত্তৰ পৰিক্ষাৰ অন্তত সৎকাৰ কৰে ৷ এই ঘটনাত জড়িত থকাৰ সন্দৰ্ভত বন বিভাগে গ্ৰেপ্তাৰ কৰে দুজন লোকক ৷ গ্ৰেপ্তাৰ হোৱা লোক দুজন ক্ৰমে,সুশিল নাৰ্জাৰী আৰু আৰু সম্বাৰু বসুমতাৰী ৷

Chirang wild elephant kill by electric shok
চিৰাঙত বিদ্যুতস্পৃষ্ট হৈ নিহত বন্যহস্তী

অন্য এক খবৰৰ বাবে: শিৱসাগৰত অংগনবাড়ী কৰ্মী-সহায়িকাৰ বিক্ষোভ কাৰ্যসূচী

উল্লেখ্য যে,মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকটোৱে নিতৌ মানাহ সংলগ্ন অঞ্চল সমূহত সন্ত্ৰাস চলায় বুলি মন্তব্য কৰে অঞ্চলবাসীয়ে ৷ কৃষকৰ খেতি নষ্ট কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰে বন্যহস্তীয়ে । প্ৰায়েই সীমান্ত অঞ্চলত বন্যহস্তীৰ আক্ৰমণত নিহত হয় বহু লোক ৷ বন বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । বন বিভাগে অঞ্চলটোত বন্যহস্তীয়ে সৃষ্টি কৰা সন্ত্ৰাস ৰুধিবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে কৃষকসকলে নিজেই অবৈধ ভাৱে খেতি-পথাৰত বৈদ্যুতিক তাঁৰ সংযোগ কৰে ৷ এই বৈদ্যুতিৰ তাঁৰত লাগিয়েই মৃত্যু হয় বন্যহস্তীটোৰ ৷

অন্য এক খবৰৰ বাবে: সাংসদ পদ ত্যাগ কৰিলে বিশ্বজিৎ দৈমাৰীয়ে : দেওবাৰে যোগ দিব বিজেপিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.