ETV Bharat / state

চিৰাঙত ড্ৰাগছসহ দুজনক আটক

author img

By

Published : Jul 21, 2019, 2:51 PM IST

চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ২ নং মোনাকোষাত আৰক্ষীৰ অভিযান। গ্ৰেপ্তাৰ ২ জন ড্ৰাগছ ব্যৱসায়ী ৷ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু ৩টা মোবাইল ।

চিৰাঙত ড্ৰাগছসহ ২ জন ড্ৰাগছ ব্যৱসায়ী আটক

  • পাণবাৰী থানাৰ অন্তৰ্গত ২ নং মোনাকোষাত আৰক্ষীৰ অভিযান
  • অভিযানকালত ড্ৰাগছসহ গ্ৰেপ্তাৰ 2 জন ব্যৱসায়ী
  • লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু ৩টা ম'বাইল জব্দ
  • ব্যৱসায়ী ২ জন ক্ৰমে আব্দুল হাই আৰু তুৰাব আলী
  • আৰক্ষীৰ অনুসন্ধান অব্যাহত

Intro:চিৰাঙৰ পানবাৰীত ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুই জন ড্ৰাগছৰ ব্যৱসায়ী । আৰক্ষীৰ অভিযান অব্যাহত । Body:চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ২ নং মোনাকোষাত আৰক্ষীৰ অভিযান। গ্ৰেপ্তাৰ ২ জন ড্ৰাগছ ব্যৱসায়ী বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু ৩টা মোবাইল জব্দ । ব্যৱসায়ী ২ জন ক্ৰমে আব্দুল হাই ৩৪ আৰু তুৰাব আলি ৩৫, । জব্দ কৃত মূল্য ৩ লক্ষাধিক টকা। এএচ ১৯এল ৯৮৫৩ নম্বৰৰ Honda xblade ১৬০ এখন বাইক , চাবোনৰ বাকচ ১ আৰু ৩ টা মোবাইল । গোপন তথ্যৰ ভিত্তিত ২নং মোনাকোষাত ব্যৱসায়ী দুজনৰ পৰা ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষি ।

Conclusion:শেষতীয়াকৈ যুৱ প্ৰজন্মক বিষাক্ত ড্ৰাগছৰ নিষাশক্ত কৰি ধ্বংশৰ পৰিকল্পনা দুষ্কৃতিকাৰীৰ । এই বিষয়ে সকলো লোকৰ সহযোগিতা বিচাৰিছে আৰক্ষীয়ে । যিকোনো প্ৰকাৰে সমাজৰ পৰা ড্ৰাগছ মুক্ত কৰাৰ আহ্বান ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.