ETV Bharat / state

চিৰাঙত বজ্ৰ পৰি এজন নিহত

author img

By

Published : May 11, 2021, 4:58 PM IST

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণিখাটা কুমগুৰীত বজ্ৰ পৰি এজনৰ মৃত্যু ৷ আহত হৈছে চাৰিগৰাকী ব্যক্তি ৷

Chirang thunderstorm 1 death 4 injured
চিৰাঙত বজ্ৰপাতত নিহত এজন

চিৰাং,11 মে’: চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণিখাটাৰ কুমগুৰীত সোমবাৰে সন্ধিয়া বজ্ৰ পৰি এজন লোক নিহত হোৱাৰ লগতে আন চাৰিজন আহত হৈছে । জানিব পৰা মতে, এক বিয়াঘৰত সংঘটিত হৈছিল এই ঘটনা ।

Chirang thunderstorm 1 death 4 injured
চিৰাঙত বজ্ৰ পৰি এজন নিহত

উল্লেখ্য যে, বিয়াঘৰত বজ্ৰ পৰি গাঁৱখনৰ সঞ্জয় হাছদা(২২) নামৰ এজন যুৱক নিহত হোৱাৰ লগতে খৰ্ম মাৰ্ডী, মণ্ডল হাছদা, সপল কিস্কু আৰু আন এজন লোক আহত হয় । মৃত সঞ্জয় হাছদাক আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক : জনপ্ৰিয় কবি পল শেনছোৱাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.