ETV Bharat / state

চিৰাঙত নিৰুদ্দেশ ছাত্ৰ

author img

By

Published : Mar 10, 2019, 9:16 PM IST

নিজ ঘৰৰ পৰা নিৰুদ্দেশ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ

চিৰাঙত নিৰুদ্দেশ ছাত্ৰ

চিৰাং,১০মাৰ্চ: চিৰাঙৰ বিজনীত অঘটন । চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত 2 নং ভেটাগাওঁৰ পৰা শনিবাৰে নিৰুদ্দেশ হয় ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ শ্ৰৱন কুমাৰ ৰাভা । বিজনীজিচাছ মেৰী বিদ্যালয়ৰ ছাত্ৰ আছিল শ্ৰৱন কুমাৰ ৰাভা । সীমান্তৰ সুৰক্ষা বাহিনীত কৰ্মৰত দ্বীপেন চন্দ্ৰ ৰাভাৰ একমাত্ৰ সন্তান শ্ৰৱন । শনিবাৰে লগৰীয়াৰ লগত খেলি থকা সময়ত পঢ়িবলৈ কোৱাত খংত ঘৰৰ পৰা ওলাই যায় ছাত্ৰজন । ইতিমধ্যেই ঘটনা সন্দৰ্ভত শ্ৰৱনৰ পিতৃ-মাতৃয়ে বিজনী থানাত দাখিল কৰিছে এজাহাৰ ।

চিৰাঙত নিৰুদ্দেশ ছাত্ৰ

নিৰুদ্দেশ হোৱা সময়ত ছাত্ৰজনে ক'লা ট্ৰেক আৰু ৰঙা টি চাৰ্ট পিন্ধি আছিল বুলি জনাইপৰিয়ালৰ লোকে । লগতে যদি কোনো ব্যাক্তিয়ে ছাত্ৰজনৰ সম্ভেদ পালে9101314393 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছেপৰিয়ালৰ লোকে । ছাত্ৰজনৰ গাৰ বৰণবগা আৰু উচ্চতা 4.5 ফুট ।

Slug : A_Chirang_10th Mar_807_Chirang Student missing_vis & byte_Abdul Maleque Ahmed. 

Send by mail. 

চিৰাঙৰ বিজনীত ছাত্র নিৰুদ্দেশ। 
চিৰাঙ জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত 2 নং ভেটাগাওঁৰ পৰা শনিবাৰে নিৰুদ্দেশ হয় বিজনী  জিচাছ মেৰী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ শ্ৰৱন কুমাৰ ৰাভা। শনিবাৰে দিনৰ 2 বজাত নিজ ঘৰৰ পৰাই নিৰুদ্দেশ
 হয় ছাত্ৰজন। সীমান্তত সুৰক্ষা বাহিনী (এচএচ বি)কৰ্মৰত পিতা দ্বীপেন চন্দ্ৰ ৰাভাৰ একমাত্ৰ পুত্ৰ নিৰুদ্দেশৰ ঘটনাই অঞ্চলটোত চাঞ্চ্যলৰ সৃষ্টি কৰিছে । শোকাকুল পৰিয়ালে নিৰুদ্দেশ হোৱা ছাত্ৰ জনৰ সন্ধান পালে 9101314393 নম্বলৈ যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।ইতিমধ্যে পৰিয়ালটোৱে বিজনী  থানাত এজাহাৰ দিয়া  বুলি সংবাদ মাধ্যমক জনাইছে।
নিৰুদ্দেশৰ সময়ছোৱাত ছাত্ৰ জন পিন্ধনত ক'লা ট্ৰেক আৰু ৰঙা টি চাৰ্ট পিন্ধিছিল বুলি জনায় পৰিয়ালৰ লোকে । ছাত্ৰজনৰ গাৰ বৰন বগা আৰু উচ্চতা 4.5 ফুট।

বাইট : পৰিয়ালৰ লোক । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.