চিৰাং, 6 মেঃ কোকৰাঝাৰ লোকসভা সমষ্টিত আৰম্ভ পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ৩৩নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত ৬০০ জন ভোটাৰ থকাৰ বিপৰীতে ৩৪ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত আছে ৫৮২ জন ভোটাৰ । বৰপথাৰ এম ই স্কুলৰ ৩৩নং কেন্দ্ৰত ৰাতিপুৱা দহ বজালৈ ৪০ শতাংশ আৰু ৩৪ নং ভোটগ্ৰহণ কেন্দ্ৰত ৩৫ শতাংশ ভোটদান সম্পন্ন ।
বিজনীত পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ - বিজনী
বৰপথাৰ এম ই স্কুলৰ ৩৩নং কেন্দ্ৰত ৰাতিপুৱা দহ বজালৈ ৪০ শতাংশ আৰু ৩৪ নং ভোটগ্ৰহণ কেন্দ্ৰত ৩৫ শতাংশ ভোটদান সম্পন্ন
![বিজনীত পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3201633-806-3201633-1557122231616.jpg?imwidth=3840)
বিজনীত পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ
চিৰাং, 6 মেঃ কোকৰাঝাৰ লোকসভা সমষ্টিত আৰম্ভ পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ৩৩নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত ৬০০ জন ভোটাৰ থকাৰ বিপৰীতে ৩৪ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত আছে ৫৮২ জন ভোটাৰ । বৰপথাৰ এম ই স্কুলৰ ৩৩নং কেন্দ্ৰত ৰাতিপুৱা দহ বজালৈ ৪০ শতাংশ আৰু ৩৪ নং ভোটগ্ৰহণ কেন্দ্ৰত ৩৫ শতাংশ ভোটদান সম্পন্ন ।
বিজনীত পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ
বিজনীত পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ
Intro:script in mail.
Body:script in mail
Conclusion:script in mail.
Body:script in mail
Conclusion:script in mail.