চিৰাং,5জুলাইঃ
- চিৰাঙৰ বিজনীত ড্ৰাগছসহ 1 জন আটক
- ধৃত লোকজনৰ নাম ৰফিকুল আৱাল
- বিজনী মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চলা অভিযানত মংগোলিয়ানৰ পৰা আটক লোকজন
- AS-19D-3901 নম্বৰৰ পালছাৰ বাইকেৰে অহা ৰফিকুল আৱালৰ লগত আছিল ২৫০ গ্ৰাম ড্ৰাগছ
- আৰক্ষীৰ অভিযান অব্যাহত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধেচিৰাঙত ড্ৰাগছসহ আটক 1 জন