ETV Bharat / state

চিৰাঙত আৰক্ষীৰ অভিযানত জব্দ চোৰাং খয়েৰ কাঠ ভৰ্তি বাহন

চিৰাঙত পাণবাৰী আৰক্ষীৰ অভিযানত চোৰাং খয়েৰ কাঠ ভৰ্তি বাহন জব্দ। বৃহস্পতিবাৰে নিশা বেদলাংঘাইটীৰ পৰা আৰক্ষীয়ে বাহনখন জব্দ কৰে।

author img

By

Published : Oct 9, 2020, 1:07 PM IST

চিৰাঙত আৰক্ষীৰ অভিযানত জব্দ চোৰাং খয়েৰ কাঠ ভৰ্তি বাহন
চিৰাঙত আৰক্ষীৰ অভিযানত জব্দ চোৰাং খয়েৰ কাঠ ভৰ্তি বাহন

চিৰাং, ৯অক্টোবৰ: চিৰাঙত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। বৃহস্পতিবাৰে নিশা চিৰাঙৰ বেদলাংঘাইটীত আৰক্ষীয়ে জব্দ কৰে চোৰাং খয়েৰ কাঠ ভৰ্তি বাহন। এক বিশেষ সূত্ৰৰ পৰা খবৰ পোৱাৰ পিছতে নিশা পাণবাৰী আৰক্ষীয়ে অভিযান চলায়। এ এচ ১৩ চি ৭৫১৪ নম্বৰৰ মহিন্দ্ৰা চুপ্ৰ' গাড়ীৰে চোৰাং খয়েৰ কাঠ কঢ়িয়াই নিছিল অবৈধ কাঠ ব্যৱসায়ীয়ে। ইতিমধ্যে এই সন্দৰ্ভত গোচৰ ৰুজু কৰিছে পাণবাৰী আৰক্ষীয়ে।

উল্লেখ্য যে, কেইদিনমান পূৰ্বেও পাণবাৰী থানাৰ অন্তৰ্গত আলুখুন্দা বেদলাংখাইটিৰ পৰা চোৰাং খয়েৰ কাঠ কঢ়িয়াই অনা এখন ট্ৰাক জব্দ কৰিছিল বন বিভাগে। অঞ্চলটোৰ জনৈক জয়নাল নামৰ এজন ব্যৱসায়ীয়ে কাঠৰ চোৰাং বেহা চলোৱা বুলি অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়ক:কৰ'ণা মহামাৰীৰ সময়ত প্ৰথম বাৰ দ্বৈত হাঁওফাঁও সংৰোপোণৰ ঘোষণা এপল'ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.