ETV Bharat / state

চিৰাঙত ক’ভিড-১৯ ৰ গণ সংক্ৰমণৰ আশংকা

author img

By

Published : Aug 7, 2020, 10:30 PM IST

চিৰাং জিলাৰ ঢালিগাঁও বৰতালোৱা বজাৰৰ 179 গৰাকী লোকক কৰা ৰেপিড এন্টিজেন টেষ্টত ধৰা পৰিল 13 গৰাকীকৈ পজিটিভ ৷

চিৰাঙত ক’ভিড-১৯ ৰ সামাজিক সংক্ৰমণৰ আশংকা

চিৰাং, 7 আগষ্ট: চিৰাং জিলাৰ বিভিন্ন ঠাইত শুকুৰবাৰে মুঠ 23 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড-19 ৰ অৱস্থিতি ৷ ইয়াৰে জিলাখনৰ বৰতালোৱা বজাৰৰ 179 গৰাকী লোকৰ ৰেপিড এন্টিজেন টেষ্টত 13 গৰাকীকৈ লোকৰ দেহত ধৰা পৰে ক’ভিড ভাইৰাছ ৷ ইয়াৰ লগে-লগে চিৰাং জিলাখনত মুঠ ক’ভিড ৰোগীৰ সংখ্যা 336 গৰাকীলৈ বৃদ্ধি পাইছে ৷ অৱশ্যে ইয়াৰে 219 গৰাকী আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷

এতিয়াও জিলাখনত 117 গৰাকী লোক এতিয়াও জিলাখনৰ তিনিখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি সদৰি কৰে জিলা স্বাস্থ্য বিভাগে ।

চিৰাং জিলাত 13 গৰাকীকৈ পজিটিভ
চিৰাং জিলাত 13 গৰাকীকৈ পজিটিভ

চিৰাং জিলা প্ৰশাসনে ইতিমধ্যে জিলাখনৰ সকলো বজাৰৰ লগতে গাঁও সমূহত এন্টিজেন টেষ্ট কৰাৰ নিৰ্দেশনা জাৰি কৰা বুলি জানিব পৰা গৈছে । কাৰণ জিলাখনত ক’ভিড 19 ৰ সামাজিক সংক্ৰমণৰ আশংকা কৰা হৈছে ।

লগতে চাওক-তেজপুৰত ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন বিবাহিত পুৰুষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.