ETV Bharat / state

ৰাজ্যসভালৈ কোচ ৰাজবংশী লোকক নিৰ্বাচিত কৰাৰ আহ্বান আক্ৰাছুৰ

খালী হোৱা ৰাজ্যসভাৰ আসনত কোচ ৰাজবংশী লোকক নিৰ্বাচিত কৰাৰ আহ্বান আক্ৰাছুৰ। চিৰাঙত আক্ৰাছুৰ সাধাৰণ সম্পাদক গকুল বৰ্মনৰ প্ৰতিক্ৰিয়া ।

ৰাজ্যসভাত খালী হোৱা আসনত কোচ ৰাজবংশী লোকক নিৰ্বাচিত কৰাৰ আহ্বান আক্ৰাছুৰ
author img

By

Published : Aug 6, 2019, 11:19 PM IST

চিৰাং,6আগষ্টঃ ৰাজ্যসভাৰ দুখনকৈ আসন খালী হোৱাৰ পাচত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে এই আসনত কোচ ৰাজবংশী জনগোষ্ঠীৰ উপযুক্ত লোকক নিৰ্বাচিত কৰি ৰাজ্যসভাৰ সাংসদ হিচাপে পঠাবলৈ আহ্বান জনাইছে ৷ মঙলবাৰে চিৰাঙৰ সদৰ কাজলগাঁৱত আক্ৰাছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গকুল বৰ্মনে প্ৰকাশ কৰা মতে বিগত বিধান সভা,লোকসভা নিৰ্বাচনত শাসকীয় বিজেপি দলে কোচৰাজবংশী লোকক প্ৰতিনিধি কৰাৰ বাবে নিৰ্বাচিত কৰা নাই ৷ ইপিনে কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সমস্যাসমূহ সমাধানৰ বাবে এজন কোচৰাজবংশীৰ প্ৰতিনিধি প্ৰয়োজন বুলি মন্তব্য প্ৰকাশ কৰে সম্পাদক গকুল বৰ্মনে ৷

Intro:খালী হোৱা ৰাজ্য সভাৰ আসনত কোচ ৰাজবংশী লোকক নিৰ্বাচিত কৰাৰ আহ্বান আক্ৰাছুৰ। চিৰাঙত আক্ৰাছুৰ সাধাৰন সম্পাদক গোকুল বৰ্মনৰ প্ৰতিক্ৰীয়া ।

Body: অসমৰ ৰাজ্য সভাৰ দুখনকৈ আসন খালী হোৱাৰ পাচত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে এই আসনত কোচৰাজবংশী জনগোষ্ঠীৰ উপযুক্ত লোকক নিৰ্বাচিত কৰি ৰাজ্য সভাৰ সংসদ হিচাপে পঠাবলৈ আহ্বান জনাইছে ৷ আজি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আক্ৰাছু সংগঠনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গোকুল বৰ্মণে প্ৰকাশ কৰামতে, বিগত বিধান সভা, লোক সভা নিৰ্বাচনত শাসকীয় বিজেপি দলে কোচৰাজবংশী লোকক প্ৰতিনিধি কৰাৰ বাবে নিৰ্বাচিত কৰানাই ৷ কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সনস্যা আৰু অন্যান্য সমস্যা সমাধানৰ বাবে কোচৰাজবংশী প্ৰতিনিধিৰ প্ৰয়োজন ৷

বাইট : গোকুল বৰ্মন,আক্ৰাছুৰ সাধাৰন সম্পাদক ।

Conclusion:বিগত ৩১ জুলাই আৰু ১ এপ্ৰিলত আক্ৰাছুৱে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি আক্ৰাছুৱে এই কথা অৱগত কৰা বুলিও নেতাজনে প্ৰকাশ কৰে ৷ শেহতীয়াভাৱে অসমৰ সাংবিধানিক ৰক্ষা কৱছৰ ক্ষেত্ৰত কোচ ৰাজবংশী সকল সংকটত আহি পৰাত এই বিষয়তো বিশেষ গুৰুত্ব প্ৰদান কৰাৰ লগতে অসমত ৭০ বিধান সভা সমষ্টি সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক জনোৱা হৈছে বুলি তেওঁ প্ৰকাশ কৰে ৷

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.