ETV Bharat / state

চিৰাঙত বানৰ সম্ভাৱনা - সম্ভৱনা প্ৰকট

ধাৰাষাৰ বৰষুণৰ বাবে চিৰাঙত পুনৰ বানৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

চিৰাঙত বানৰ সম্ভৱনা
author img

By

Published : Jul 23, 2019, 8:05 AM IST

Updated : Jul 23, 2019, 2:00 PM IST

চিৰাং,২৩জুলাই : চিৰাঙত দেওবাৰৰ পৰা ধাৰাষাৰ বৰষুণ । ধাৰাষাৰ বৰষুণৰ বাবে অঞ্চলটো পুনৰ বানত আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

উল্লেখ্য যে, ৰাজ্যৰ দ্বিতীয়টো বানৰ ফলত চিৰাঙৰ বিস্তৰ ক্ষতি-সাধন হোৱাৰ পাছতে ধাৰাষাৰ বৰষুণে চিন্তিত কৰি তুলিছে অঞ্চলবাসী ।

Intro:ধাৰাষাৰ বৰষুনে পুনৰ বানপানীৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে চিৰাং জিলাত । Body:চিৰাঙত ধাৰাবাহিক বৰষুন পৰিছে দেওবাৰে বিয়লিৰ পৰা ওৰেনিশা। আজিও ধাৰাৱাহিক বৰষুন পৰি থকাৰ পৰা পুনৰ চিৰাঙত বানপানী হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । ইতিমধ্যে ঠায়ে ঠায়ে ঘৰে ঘৰে পানী সোমোৱা পৰিলক্ষিত হৈছে । Conclusion:সমগ্ৰ চিৰাং-বঙাইগাঁও জিলাত এই ধাৰাষাৰ বৰষুনে সাধাৰন জনজীৱন ব্যাহত কৰা পৰিলক্ষিত হৈছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
Last Updated : Jul 23, 2019, 2:00 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.