ETV Bharat / state

দেওবাৰে বাসুগাঁওত অনুষ্ঠিত আক্ৰাছুৰ সংবাদমেল

author img

By

Published : Jan 12, 2020, 9:18 PM IST

দেওবাৰে বাসুগাঁওত অনুষ্ঠিত আক্ৰাছুৰ এখন সংবাদমেল অনুষ্ঠিত হয় ৷ সংবাদমেলখনত বৃহত্তৰ কমতাপুৰৰ পৰিৱৰ্তে অবিভক্ত গোৱালপাৰা জিলা আৰু ৰাভা-হাছঙক বি টি চি-ত অন্তৰ্ভূক্ত কৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰে সংগঠনটোৰ নেতাসকলে ৷

বাসুগাঁও
সাহিত্য সভা ভৱনত অনুষ্ঠিত সংবাদমেলখন

চিৰাং,12 জানুৱাৰীঃ চিৰাং জিলাৰ বাসুগাঁও সাহিত্য সভা ভৱনত দেওবাৰে অনুষ্ঠিত হয় আক্ৰাছুৰ সংবাদমেল । সংবাদমেলত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদক লৈ অসন্তষ্টি প্ৰকাশ কৰে সংগঠনটোৱে ৷ বৃহত্তৰ কমতাপুৰৰ পৰিৱৰ্তে অবিভক্ত গোৱালপাৰা জিলা আৰু ৰাভা-হাছঙক বি টি চি-ত অন্তৰ্ভূক্ত কৰাৰ বাবে এই অসন্তুষ্টি প্ৰকাশ কৰে সংগঠনটোৰ নেতাসকলে ৷

আক্ৰাছুৰ আনটো গোটৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে সংবাদমেলত উপদেষ্টা হিতেশ্বৰ বৰ্মনৰ বিৰুদ্ধে চলোৱা অপপ্ৰচাৰৰ বাবে মানহানিৰ গোচৰ তৰাৰ কথা প্ৰকাশ কৰে ৷ লগতে সভাপতি কৰ্মেশ্বৰ ৰায়ে, জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে একত্ৰিতভাৱে আন্দোলনৰ পোষকতা কৰে আৰু বিভাজন এৰাই চলিবলৈ আহ্বান জনায় । সংগঠনটোৰ যুটীয়া সম্পাদক জীৱেশ ৰায়ে, কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সংবাদমেলৰ জৰিয়তে চৰকাৰৰ ওচৰত দাবী জনায় ৷

সাহিত্য সভা ভৱনত অনুষ্ঠিত সংবাদমেলখন

উল্লেখ্য যে, শেহতীয়াকৈ আক্ৰাছুৰ দুই গোটৰ মাজত শ্বহীদ দিৱস উদযাপনক কেন্দ্ৰ কৰি সংঘাতৰ সৃষ্টি হোৱা দেখা গৈছে ৷

লগতে চাওকঃৰৌতা আৰক্ষীৰ জালত লক্ষাধিক মূল্যৰ সুৰাসহ দুজন যুৱক

Intro:কমতাপুৰ স্বায়ত্ব শাসিত পতিষদৰ পৰিসৰ লৈ অসন্তষ্টী । চৰকাৰে কোঁচৰাজবংশী সকলো দল সংগঠনক লৈ আলোচনা কৰিবলৈ দাবী ।

আক্ৰাছুৰ দুই গোটৰ সংঘাত তুঙ্গত । মানহানিৰ গোচৰ তৰাৰ ঘোষনা ।

Body:চিৰাং জিলাৰ বাসুগাঁও সাহিত্য সভা ভৱনত আক্ৰাছুৰ সংবাদমেল । সংবাদ মেলত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ লৈ অসন্তষ্টি । কমতাপুৰ নামটো লৈ চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে অসন্তষ্টি প্ৰকাশ কৰে যে বৃহত্তৰ কমতাপুৰৰ ঠাইত সামান্য অবিভক্ত গোৱালপাৰা জিলাৰ বিটিচি আৰু ৰাভাহাছং বাদ দি য়াৰ বাবে । লগতে আক্ৰাছুৰ আনটো গোটৰ সাধাৰন সম্পাদক গোকুল বৰ্মনে সংবাদমেল অনুষ্টিত কৰি হিতেশ্বৰ বৰ্মনৰ বিৰুদ্ধে কৰা অপপ্ৰচাৰৰ বাবে মানহানিৰ গোচৰ তৰাৰ কথাও প্ৰকাশ কৰে সংবাদ মেলত । আক্ৰাছুৰ মুখ্য উপদেষ্টা হিতেশ্বৰ বৰ্মনে মানহানিৰ কথা প্ৰকাশ কৰে সংবাদমেলত । লগতে আক্ৰাছুৰ সভাপতি কৰ্মেশ্বৰ ৰায়ে কয় যে জাতীয় অস্থিত্ব ৰক্ষাৰ বাবে সকলোৱে একত্ৰিত ভাৱে আন্দোলনৰ পোষকতা কৰি বিভাজন এৰাই চলাৰ আহ্বান জনায়। জুটীয়া সম্পাদক জিৱেশ ৰায়ে কয় যে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ পৰিসৰ বৃদ্ধি কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় ।

Conclusion:আক্ৰাছুৰ দুই গোটৰ মাজত শেষতিয়াকৈ স্বহিদ দিৱসৰ উদযাপনক কেন্দ্ৰ কৰি সংঘাত । শ্বহিদ দিৱসত বিপিএফ নেতৃত্বক মতাক লৈ এই সংঘাত ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.