ETV Bharat / state

চিৰাঙৰ বান ক্ষতিগ্ৰস্থৰ তথ্যত অসন্তুষ্ট কেন্দ্ৰীয় চৰকাৰৰ দল

author img

By

Published : Nov 16, 2019, 8:34 AM IST

কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় মন্ত্ৰালয়ৰ সঞ্চালক অমৰনাথ সিঙৰ নেতৃত্বৰ দলটোৱে জিলাখনৰ বিজনী মহকুমা এলেকাৰ লেডোপাৰা আৰু চৌৰাবাৰীত বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰি পাছত কাজলগাঁওস্থিত জিলা উপাযুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত গৌতম তালুকদাৰৰ পৌৰহিত্যত চিৰাঙত হৈ যোৱা বান সন্দৰ্ভত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয়

চিৰাঙৰ বান ক্ষতিগ্ৰস্থৰ তথ্যত অসন্তুষ্ট কেন্দ্ৰীয় চৰকাৰৰ দল

চিৰাং, 16 নৱেম্বৰঃ চিৰাঙত চলিত বছৰত হোৱা বানৰ ক্ষতি সন্দৰ্ভত পৰিদৰ্শন কৰে কেন্দ্ৰীয় চৰকাৰৰ আন্তঃগাথনি মন্ত্ৰালয়ৰ এটি দলে ৷ শুকুৰবাৰে ক্ষয় ক্ষতি আৰু সাহাৰ্য প্ৰদানৰ ওপৰত বুজ লয় দলটিয়ে ৷ কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় মন্ত্ৰালয়ৰ সঞ্চালক অমৰনাথ সিঙৰ নেতৃত্বৰ দলটোৱে জিলাখনৰ বিজনী মহকুমা এলেকাৰ লেডোপাৰা আৰু চৌৰাবাৰীত বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰি পাছত কাজলগাঁওস্থিত জিলা উপাযুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত গৌতম তালুকদাৰৰ পৌৰহিত্যত চিৰাঙত হৈ যোৱা বান সন্দৰ্ভত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷

চিৰাং

পৰ্যালোচনা সভাত অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্ম, বেংতল আৰু বিজনীৰ ৰাজহ চক্ৰ বিষয়া, জল সম্পদ, গড়কাপ্তানি, জনস্বাস্থ্য কাৰিকৰী বিভাগ, শিক্ষা, ভূমি সংৰক্ষণ, পশু পালন, স্বাস্থ্য, কৃষি বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে ৷

সভাত কেন্দ্ৰীয় চৰকাৰৰ দলটোৱে বান ক্ষতিগ্ৰস্থ অঞ্চল ভ্ৰমণ কৰি পোৱা তথ্য আৰু চিৰাং জিলাৰ বিভিন্ন দলে আগবঢ়োৱা তথ্যৰ অমিল থকাৰ কথা ব্যক্ত কৰে । যাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দলটিয়ে অসন্তুষ্টি ব্য়ক্ত কৰে । পৰিমানতকৈ বহু কম ক্ষতি হোৱা বুলি চিৰাং জিলাৰ বিভিন্ন বিভাগে পৰ্যবেক্ষণকাৰী দলটোক তথ্য দিয়া বুলি মন্তব্য কৰে ।

Intro:চিৰাঙৰ বানত ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কেন্ত্ৰীয় চৰকাৰৰ আন্তঃ গাঁথনি দলৰ। চিৰাং জিলাৰ বিভিন্ন বিভাগে আগবঢ়োৱা বানক্ষতিগ্ৰস্থৰ তথ্যত অসন্তষ্ট কেন্দ্ৰীয় প্ৰতিনিধিৰ দলটি ।

Body:কেন্দ্ৰীয় চৰকাৰৰ আন্তঃগাথনি মন্ত্ৰালয়ৰ এটি দলে আজি চিৰাং জিলাত চলিত বছৰত হোৱা বানৰ ক্ষতি সন্দৰ্ভত পৰিদৰ্শন কৰি ক্ষয় ক্ষতি আৰু সাহাৰ্য প্ৰদানৰ ওপৰত বুজ লয় ৷ কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় মন্ত্ৰালয়ৰ সঞ্চালক অমৰনাথ সিঙৰ নেতৃত্বৰ দলটোৱে জিলাখনৰ বিজনী মহকুমা এলেকাৰ লেডোপাৰা আৰু চৌৰাবাৰীত বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰি আহি পাছত কাজলগাঁওস্থিত জিলা উপাযুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত গৌকম তালুকদাৰৰ পৌৰহিত্যত চিৰাঙত হৈ যোৱা বান সন্দৰ্ভত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷ পৰ্যালোচনা সভাত অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্ম, বেংতল আৰু বিজনীৰ ৰাজহ চক্ৰ বিষয়া, জল সম্পদ, গড়কাপ্তানি, জনস্বাস্থ্য কাৰিকৰী বিভাগ, শিক্ষা, ভূমি সংৰক্ষণ, পশু পালন, স্বাস্থ্য, কৃষি বিভাগৰ মূৰব্বী বিষয়া সকল উপস্থিত থাকে ৷

Conclusion:সভাত কন্দ্ৰীয় দলটিৰ দলে বান ক্ষতিগ্ৰস্থ অঞ্চল ভ্ৰমন কধি পোৱা তথ্য আৰু চিৰাং জিলাৰ বিভিন্ন দলে আগবঢ়োৱা তথ্যৰ নিমিলা বুলি কেন্দ্ৰীয় পৰ্য্যবেক্ষন দলটিয়ে জনায় । কেন্দ্ৰীয় দলটিয়ে অসন্তষ্ট চিৰাং জিলাৰ বিভিন্ন বিভাগৰ বান ক্ষতিগ্ৰস্থৰ তথ্যত । পৰিমানতকৈ বহু কম ক্ষতি হোৱা বুলি চিৰাং জিলাৰ বিভিন্ন বিভাগে পৰ্য্যবেক্ষনকাৰী দলটোক তথ্য দিয়া বুলিও জানিব পৰা গৈছে । যিহেতু কেন্দ্ৰীয় দলটি বান ক্ষতিগ্ৰস্থ অঞ্চলত গৈ পুঙ্খানুপুঙ্খ পৰ্য্যবেক্ষন কৰিছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.