ETV Bharat / state

বঙাইগাঁও আৰক্ষীৰ অভিযানত জব্দ ৩০ কেজি গাঞ্জা

আৰক্ষীৰ অভিযানৰ সময়ত আইনুল হক আৰু হুচেইন আলী নামৰ দুজন লোকৰ পৰা জব্দ ৩০ কেজি ওজনৰ সন্দেহজনক গাঞ্জা

বঙাইগাঁও আৰক্ষীৰ অভিযানত জব্দ ৩০ কেজি ওজনৰ গাঞ্জা
author img

By

Published : May 11, 2019, 10:12 PM IST

বঙাইগাঁও, 11 মে': বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত হাপাছাৰাত আৰক্ষীৰ অভিযান৷ গোপন তথ্যৰ ভিত্তিত বঙাইগাঁও জিলা (সদৰ)অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ চৌধুৰীৰ নেতৃত্বত চলে এই অভিযান । অভিযানৰ সময়ত আইনুল হক আৰু হুচেইন আলী নামৰ দুজন লোকৰ পৰা জব্দ ৩০ কেজি ওজনৰ সন্দেহজনক গাঞ্জা । দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি বঙাইগাঁও সদৰ থানাত জেৰা অব্যাহত ৰাখিছে বঙাইগাঁও আৰক্ষীয়ে ।

বঙাইগাঁও আৰক্ষীৰ অভিযানত জব্দ ৩০ কেজি ওজনৰ গাঞ্জা

বঙাইগাঁও, 11 মে': বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত হাপাছাৰাত আৰক্ষীৰ অভিযান৷ গোপন তথ্যৰ ভিত্তিত বঙাইগাঁও জিলা (সদৰ)অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ চৌধুৰীৰ নেতৃত্বত চলে এই অভিযান । অভিযানৰ সময়ত আইনুল হক আৰু হুচেইন আলী নামৰ দুজন লোকৰ পৰা জব্দ ৩০ কেজি ওজনৰ সন্দেহজনক গাঞ্জা । দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি বঙাইগাঁও সদৰ থানাত জেৰা অব্যাহত ৰাখিছে বঙাইগাঁও আৰক্ষীয়ে ।

বঙাইগাঁও আৰক্ষীৰ অভিযানত জব্দ ৩০ কেজি ওজনৰ গাঞ্জা
Slug : As_Chg_11 the May_802 & 803_Bongaigaon Ganja recover-two arrest_vis_Abdul Maleque Ahmed. 


Send by ftp. 

বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত হাপাছাৰাত আৰক্ষীৰ অভিযান । বঙাইগাঁও জিলা (সদৰ)অতিৰিক্ত আৰক্ষী অধিক্ষক অমৰ চৌধুৰীয়ে পোৱা গোপন তথ্যৰ ভিত্তিত অভিযান । অভিযানৰ সময়ত আইনাল হক আৰু হুচেইন আলী নামৰ লোক দুজনৰ পৰা ৩০ কেজি ওজনৰ সন্দেহজনক গাঞ্জা জব্দ । দুয়ো জনকে গ্ৰেপ্তাৰ কৰি বঙাইগাঁও সদৰ থানাত অধিক জেৰা চলাইছে বঙাইগাঁও আৰক্ষীয়ে । 

বাইট : অচি বঙাইগাঁও। 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।। 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.