ETV Bharat / state

বঙাইগাঁৱত মহিলাক ব্লেকমেইলিং কৰি ৰঙাঘৰৰ আলহী শিক্ষা বিভাগৰ কৰ্মচাৰী - আঢ়ৈ লাখ টকা

২৭ আগষ্টত মহিলাগৰাকীৰ আপত্তিজনক ফটো ৱাটছএপ ষ্টেটাচত আপলোড কৰাৰ অভিযোগ তাৰোপৰি মহিলা গৰাকীৰ পৰা আঢ়ৈ লাখ টকা দাবীৰ অভিযোগ গুৰুতৰ অভিযোগ কৰে মহিলাগৰাকীয়

বঙাইগাঁৱত মহিলাক ব্লেকমেইলিং কৰি ৰঙা ঘৰৰ আলহী শিক্ষা বিভাগৰ কৰ্মচাৰী
author img

By

Published : Aug 31, 2019, 11:01 PM IST

চিৰাং, 31 আগষ্টঃ বঙাইগাঁৱত লজ্জাজনক ঘটনা । জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ । অভিযুক্ত কৰ্মচাৰীজনৰ নাম অৰূপ মেধি । শিক্ষা বিভাগৰ কৰ্মচাৰীজনে মহিলাক এগৰাকী ব্যক্তিগত ফটো ভাইৰেল কৰাৰ লগতে মহিলা গৰাকীক গাড়ীৰে খুন্দা মাৰি হত্যা কৰাৰ অভিযোগ ৷ ২৭ আগষ্টত মহিলা গৰাকীৰ আপত্তিজনক ফটো ৱাটছএপ ষ্টেটাচত আপলোড কৰাৰ অভিযোগ তাৰোপৰি মহিলা গৰাকীৰ পৰা আঢ়ৈ লাখ টকা দাবীৰ গুৰুতৰ অভিযোগ তোলে মহিলা গৰাকীয়ে ।

বঙাইগাঁৱত মহিলাক ব্লেকমেইলিং কৰি ৰঙা ঘৰৰ আলহী শিক্ষা বিভাগৰ কৰ্মচাৰী

আনহাতে, ঘটনা সম্পৰ্কত বঙাইগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে মহিলা গৰাকীৰ স্বামীয়ে । অৰূপ মেধিৰ বিৰুদ্ধে বঙাইগাঁও সদৰ থানাত ৬৪৫/১৯ নম্বৰত গোচৰ পঞ্জীয়ন কৰে । গোচৰ পঞ্জীয়ন হৈছে ভাৰতীয় দণ্ডবিধিৰ অধীনৰ-৪১৭/৪২০/২৯৪/৩৫৪(এ)/৩৫৪(চি)/৩৮৭/৫০৬ ধাৰাত । সম্প্ৰতি আচামীজনক বঙাইগাঁও সদৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । জিলা প্ৰাথমিক শিক্ষা বিভাগৰ কাৰ্যালয়ৰ গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰা কৰ্মচাৰী এজনৰ এনে কাণ্ডত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁও সদৰ চহৰত ।

Intro:বঙাইগাঁৱত পুনৰ লজ্জাজনক ঘটনা । জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ। মহিলাক ব্লেকমেইল কৰ্মচাৰীজনৰ নাম অৰূপ মেধি।।

Body:শিক্ষা বিভাগৰ কৰ্মচাৰীজনে পৰস্ত্ৰীক তথা মহিলা এগৰাকীক ভাবুকি প্ৰদানৰ অভিযোগ, মহিলা গৰাকীৰ ব্যক্তিগত ফটো ভাইৰেল কৰাৰ ভাবুকি, মহিলা গৰাকীক গাড়ীৰে খুন্দা মাৰি হত্যা কৰাৰ অভিযোগ, মহিলা গৰাকীক চৰকাৰী কাৰ্যালয়ত মাৰপিটৰ অভিযোগ, ২৭ আগষ্টত মহিলা গৰাকীৰ আপত্তিজনক ফটো ৱাটছএপ ষ্টেটাচত আপলোড কৰাৰ অভিযোগ, মহিলা গৰাকীৰ পৰা আঢ়ৈ লাখ টকা দাবীৰ অভিযোগ, অন্যাথা আপত্তিজনক ফটো সমাজৰ আগত ভাইৰেল কৰাৰ ভাবুকি আদিৰ গুৰুতৰ অভিযোগ ।

বাইট : সুবোধ সোনোৱাল , আৰক্ষী অধিক্ষক বঙাইগাঁও ।

Conclusion:এই সম্পৰ্কত বঙাইগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে মহিলা গৰাকীৰ স্বামীয়ে। অৰূপ মেধিৰ বিৰুদ্ধে বঙাইগাঁও সদৰ থানাত ৬৪৫/১৯ নম্বৰত গোচৰ পঞ্জীয়ন । গোচৰ পঞ্জীয়ন হৈছে ভাৰতীয় দণ্ডবিধিৰ অধীনৰ-৪১৭/৪২০/২৯৪/৩৫৪(এ)/৩৫৪(চি)/৩৮৭/৫০৬ ধাৰাত । সম্প্ৰতি আচামীজনক বঙাইগাঁও সদৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । জিলা প্ৰাথমিক শিক্ষা বিভাগৰ কাৰ্যালয়ৰ গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰা কৰ্মচাৰী এজনৰ এনে কাণ্ডত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁও সদৰ চহৰত।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.