ETV Bharat / state

বঙাইগাঁৱত কোঁচ ৰাজবংশীৰ বিষুৱা উৎসৱ - kokrajhar

দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে বিষুৱা উৎসৱৰ ৷

বঙাইগাঁৱত কোঁচ ৰাজবংশীৰ বিষুৱা উৎসৱ
author img

By

Published : Apr 14, 2019, 6:17 PM IST

বঙাইগাঁও , 14 এপ্ৰিল : বঙাইগাঁৱত আয়োজন কোঁচ ৰাজবংশী সকলৰ পৰম্পৰাগত বিষুৱা উৎসৱ৷ ৰঙালী বিহু উপলক্ষে কেন্দ্ৰীয় বিষুৱা উদযাপন সমিতিৰ উদ‍্যোগত দুদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱত আয়োজন কৰা হৈছে বিষুৱা উৎসৱৰ৷

বঙাইগাঁৱত কোঁচ ৰাজবংশীৰ বিষুৱা উৎসৱ

গৰু বিহুৰ দিনা গৰুক গাঁ-ধুওৱা পৰ্ব সমাপ্ত কৰাৰ পাচতে পতাকা উত্তোলনেৰে আৰম্ভ কৰা হয় বিষুৱা উৎসৱৰ কাৰ্যসূচী ৷ জনগোষ্ঠীটোৰ হেৰুৱাই যাবলৈ ধৰা সংস্কৃতিক উদ্ধাৰ কৰাৰ উদ্দেশ্যৰেই বিষুৱা উৎসৱৰ আয়োজন কৰা বুলি জানিবলৈ দিয়ে আয়োজক সকলে৷ উদ্বোধনৰ পাচতে প্ৰাচীৰ পত্ৰিকা উন্মোচন আৰু গীত-নৃত্যৰ যোগেদি আগবঢ়াই নিয়া হয় অনুষ্ঠানটো ৷

Intro:বঙাইগাঁওত কেন্দ্ৰী বিষুৱা উদযাপন সমিতিৰ উদ‍্যোগত বঙাইগাঁও সদৰৰ বৰপাৰাস্থিত ৰাজহুৱা খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে (১৪ আৰু ১৫ এপ্ৰিল) আয়োজন কৰিছে কোঁচ ৰাজবংশী সকলৰ পৰম্পৰাগত বিষুৱা উৎসৱৰ । জনগোষ্ঠী টোৰ হেৰুৱাই যোৱা সংস্কৃতি উদ্ধাৰ কৰাৰ লগতে যুৱপ্ৰজন্মক নিজৰ জনগোষ্ঠীৰ বিষয়ে অৱগত কৰাৰ এক প্ৰয়াস বুলি জনায় আয়োজক সমিতিৰ সভাপতি প্ৰভাত বৈষ্ণৱ ডাঙৰীয়াই। আজি ৰাতিপুৱা গৰুক গা ধুৱা অনুষ্ঠান কৰে চিটকাগাঁও কুজীয়া নদীত তাৰ পিচতে পতকা উত্তোলন আৰু সম্বৰ্ধনা অনুষ্ঠান । স্মৃতি গ্ৰন্থ উটকোন উন্মোচন, প্ৰাচীৰ পত্ৰিকা উন্মোচন আৰু তাৰ পিচতে জনগোষ্ঠীৰ টোৰ পৰম্পৰাগত নৃত‍্য-গীতৰ অনুষ্ঠান । সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আছে বুলিও জনায় আয়োজক সমিতিয়ে।

বাইট : প্ৰভাত বৈষ্ণৱ,সভাপতি আয়োজক সমিতি।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : প্ৰভাত বৈষ্ণৱ,সভাপতি আয়োজক সমিতি।

Conclusion:জনগোষ্ঠী টোৰ হেৰুৱাই যোৱা সংস্কৃতি উদ্ধাৰ কৰাৰ লগতে যুৱপ্ৰজন্মক নিজৰ জনগোষ্ঠীৰ বিষয়ে অৱগত কৰাৰ এক প্ৰয়াস বুলি জনায় আয়োজক সমিতিৰ সভাপতি প্ৰভাত বৈষ্ণৱ ডাঙৰীয়াই।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.