ETV Bharat / state

উন্নয়নৰ নামত একোৱেই হোৱা নাই চিৰাঙৰ নাঙলভাঙাত - নাঙলভাঙা নদী

বাঁহৰ অস্থায়ী সাঁকোৱেই যাতায়তৰ একমাত্ৰ আহিলা নাঙলভাঙা বাসীৰ

বাঁহৰ সাঁকো
author img

By

Published : Feb 10, 2019, 8:48 AM IST

চিৰাং, ৯ ফেব্ৰুৱাৰী: চিৰাং জিলাৰ নাঙলভাঙা স্থিত নাঙলভাঙা নদীৰ ওপৰেৰে আজি পৰ্যন্ত নহ'ল যাতায়তৰ সুচল ব্যৱস্থা । ফলত খৰালি কালত বাঁহৰ সাঁকো আৰু বাৰিষা কালত নাৱেই হৈ পৰিছে যাতায়তৰ একমাত্ৰ মাধ্যম ।

বাৰিষাৰ বতৰত অঞ্চলবাসীয়ে য়াতায়তৰ বাবে নাও ব্যৱহাৰ কৰাৰ বিপৰীতে খৰালি স্থানীয় লোকে মিলি বাঁহৰ অস্থায়ী সাঁকো তৈয়াৰ কৰি অব্য়াহত ৰাখে যাতায়ত । ইপিনে নদীত পানী অধিক হ'লে ২-৩ দিনলৈ বন্ধ থাকে যাতায়াত । বহিঃ বিশ্বৰ সৈতে সম্পৰ্ক স্তব্ধ হৈ পৰাৰ লগতে নদী দ্বিপত আৱদ্ধ হৈ পৰে প্ৰায় ৩০ খন গাঁৱৰ লোক।
সেয়ে দীৰ্ঘ দিন ধৰি স্থানীয় লোক সকলে নাঙলভাঙা নদীৰ ওপৰত পকী দলঙৰ দাবী জনাই আহিছে ।

বাঁহৰ সাঁকো

undefined
আনহাতে দলং খনৰ আছে আন এক সুকীয়া বৈশিষ্ট । দলং খন চৰকাৰী নোহোৱা বাবে দলং খনৰে পাৰ হোৱা বাবদ ৰাইজে সংগ্ৰহ কৰে টকা । সেয়ে এই পৰ্যন্ত চৰকাৰৰ পৰা কোনো ধৰণৰ সহাৰি নাপাই নিজেই নিজৰ ব্যৱস্থা কৰি লৈছে আঞ্চলবাসীয়ে । নিৰ্বাচনৰ প্ৰাকক্ষনত জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি ঠিকেই দিয়ে কিন্তু জয়ী হোৱাৰ পাচতে অঞ্চলবাসীৰ সমস্যলৈ পিঠি দিয়াটো হৈ পৰিছে চিৰন্তন সত্য ঘটনা । এনে এক পৰিস্থিৰ মাজতেই জমৰ যাতনাত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে গাঁওবাসীয়ে ।

Intro:এয়া চিৰাং জিলাৰ নাঙলভাঙা নদীৰ ওপৰৰ বাঁহৰ অস্থায়ী দলং। বাৰিষাৰ বতৰত নদীৰ বাঢ়নি পনীয়ে দল‌ং উটুৱাই নিয়াৰ পিচত একমাত্ৰ নাওখনেই হৈ পৰে যাতায়াতৰ এক মাত্ৰ পথ। তথাপি নদীত পানী অধিক হলে দুই/তিনি দিনলৈ বন্ধ থাকে যাতায়াত । বহিঃ বিশ্বৰে নাথাকে কোনো সম্পৰ্ক, নদী দ্বিপত আৱদ্ধ হৈ পৰে প্ৰায় ৩০ খন গাঁওৰ লোক। সেয়ে দীৰ্ঘ দিনৰ পৰা নাঙলভাঙা নদীৰ ওপৰত দলঙৰ দাবী জনাই আহিছে স্থানীয় লোকে ।
এইখন দলঙৰ আন এক সুকীয়া বৈশিষ্ট আছে। দলঙেৰে পাৰ হলে দিবলগীয়া হয় টকা । কাৰন এয়া চৰকাৰী দলং নহয় । ৰাইজে বনোৱা দলং সেয়ে টকা সংগ্ৰহ কৰে দলঙেৰে পাৰ হোৱাৰ বাবদ।

বাইট : দলং ৰখীয়া ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : দলং ৰখীয়া ।

Conclusion:এইখন দলঙৰ আন এক সুকীয়া বৈশিষ্ট আছে। দলঙেৰে পাৰ হলে দিবলগীয়া হয় টকা । কাৰন এয়া চৰকাৰী দলং নহয় । ৰাইজে বনোৱা দলং সেয়ে টকা সংগ্ৰহ কৰে দলঙেৰে পাৰ হোৱাৰ বাবদ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.