ETV Bharat / state

লজ্জাজনক ! ধৰ্ষণ আৰু তাৰ পিচতেই অবৈধ মাতৃত্ব - কামনাৰ বলি

এই ঘটনাক বিভিন্ন দল সংগঠনে গৰিহণা দিয়াৰ উপৰিও অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি দিবলৈ আহ্বান পৰিয়াল তথা দল সংগঠনৰ ।

কামনাৰ বলি ১২ বছৰীয়া কিশোৰী
author img

By

Published : May 7, 2019, 9:02 PM IST

চিৰাং,৭ মেঃ চিৰাঙত সংঘটিত হ'ল সভ্য সমাজক লজ্জানত কৰা এক ঘটনা । এগৰাকী 12 বছৰীয়া কিশোৰীয়ে কামনাৰ বলি হৈ জন্ম দিব লগা হয় অবৈধ সন্তান ।

উক্ত ঘটনা পোহৰলৈ অহাৰ পিছত গাঁৱৰে যুৱক ঈশান নাৰ্জাৰী নামৰ লোকজনৰ বিৰুদ্ধে আমগুৰী থানাৰ অন্তৰ্গত নাঙলভাঙা আৰক্ষী চকীত এজাহাৰ দিয়ে পৰিয়ালৰ লোকে । ইতিমধ্যে অভিযুক্ত ঈশান পলাতক বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে । উক্ত ঘটনাৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । এই ঘটনাক বিভিন্ন দল সংগঠনে গৰিহণা দিয়াৰ উপৰিও অতি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি দিবলৈ আহ্বান পৰিয়াল তথা দল সংগঠনৰ । উল্লেখ্য যে, সোমবাৰে বিয়লি চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ জে এচ বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাত এটি পুত্ৰ সন্তান জন্ম দিয়ে যদিও কেই ঘন্টামানৰ পিচতে মৃত‍্যু হয় সন্তানটিৰ ‌। অৱশ‍্যে মাতৃ বৰ্তমানেও চিকিৎসাধীন । ষষ্ট শ্ৰেণীত পঢ়ি থকা এই 12 বছৰীয়া কিশোৰীক ধৰ্ষণৰ ঘটনা পোহৰলৈ অহাৰ পিচতে গাঁৱত সামাজিক বিচাৰৰ ব‍্যৱস্থা কৰে যদিও মীমাংসা কৰিব নোৱাৰাত আমগুৰী থানাৰ অন্তৰ্গত নাঙলভাঙা আৰক্ষী চকীত এজাহাৰ দিয়ে পৰিয়ালৰ লোকে ।

কামনাৰ বলি ১২ বছৰীয়া কিশোৰী

অধিক পঢ়িবলৈ-উত্তপ্ত হাইলাকান্দিৰ অসম মিজোৰাম সীমান্ত

Intro:চিৰাঙত আকৌ সংঘটিত হৈছে সভ‍্য সমাজক লজ্জ‍্যানত কৰা ঘটনা । অতিকে দৰিদ্ৰ পৰিয়ালৰ ১২ বছৰৰ কিশোৰি চুবুৰীয়াৰ কামনাৰ বলি হৈ জন্ম দিব লগা হয় অবৈধ সন্তান । সোমবাৰে বিয়লি চিৰাং জিলাৰ সদৰ কাজলগাঁওৰ জে এচ বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাত এটি পুত্ৰ সন্তান জন্ম দিয়ে যদিও কেই ঘন্টামানৰ পিচতে মৃত‍্যু হয় সন্তান টোৰ ‌। অৱশ‍্যে মাতৃ চিকিসাধিন আছে । ষষ্ট শ্ৰেণীত পঢ়ি থকা এই ১২ বছৰীয়া কিশোৰীক ধৰ্ষনৰ ঘটনা পোহৰলৈ অহাৰ পিচতে গাঁওত সামাজিক বিচাৰৰ ব‍্যৱস্থা কৰে যদিও মিমাংসা কৰিব নোৱাৰাত আমগুৰী থানাৰ অন্তৰ্গত নাঙলভাঙা আৰক্ষী চকীত এজাহাৰ দিয়ে পৰিয়ালৰ লোকে । আমগুৰী থানাত এই সন্দৰ্ভত গোচৰ পঞ্জিয়ন কৰি আৰক্ষীয়ে তদন্ত অব‍্যাহত ৰাখিছে। অভিযুক্ত ধৰ্ষনকাৰী ইশান নাৰ্জাৰী নামৰ লোকজন পলাতক বুলি জনায় আৰক্ষীয়ে।

বাইট : মহিলা চিকিৎসক।
চিৰাং জিলা আৰক্ষী অধিক্ষক ।
বেচৰকাৰী সংস্থাৰ কৰ্মী ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : মহিলা চিকিৎসক।
চিৰাং জিলা আৰক্ষী অধিক্ষক ।
বেচৰকাৰী সংস্থাৰ কৰ্মী ।

Conclusion:চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ জনজাতী অধ‍্যুশিত জনজাতীয় লোকৰ ঘটনা এয়া ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.