ETV Bharat / state

চিৰাঙত দুই লক্ষাধিক টকা জব্দ

শনিবাৰে সন্ধিয়া প্ৰায় ৪.৩০ বজাত AS26A7567 নম্বৰ পালছাৰ বাইকেৰে শান্তিপুৰৰ পৰা আহি থকা অৱস্থাত অভিযানকাৰী দলটোৱে টকাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

author img

By

Published : Apr 14, 2019, 1:26 AM IST

চিৰাঙত ধনৰ অবৈধ সৰবৰাহ

চিৰাং, 13 এপ্ৰিলঃ চিৰাঙত ফ্লাইং স্কোৱাড আৰু আৰক্ষীৰ অভিযানত জব্দ ২ লাখ ২০ হেজাৰ টকা ৷ জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত পূৱ এংকৰ বাৰীত আগ্যা বচনেত নামৰ লোকজনৰ পৰা জব্দ কৰে টকাখিনি ৷ শনিবাৰে সন্ধিয়া প্ৰায় ৪.৩০ বজাত AS26A7567 নম্বৰ পালছাৰ বাইকেৰে শান্তিপুৰৰ পৰা আহি থকা অৱস্থাত অভিযানকাৰী দলটোৱে টকাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, বিগত কিছুদিন আগতে একেজন ব্যক্তিৰ পৰা তিনি লাখ টকা উদ্ধাৰ হৈছিল ৷ লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী আচৰণ বিধি বলবৎ থকা সময়ত এই দৰে অবৈধভাৱে কঢ়িয়াই অনা ধন জব্দ কৰা হয় ৷

Slug : A_Chirang_13th Apr_807_Chirang mony seized by SST_vis_Abdul Maleque Ahmed. 

Send by mail. 

চিৰাঙত ফাইং স্কোৱাড আৰু আৰক্ষীৰ অভিযানত জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত পুৱ এংকৰ বাৰীত আগ্যা বচনেত নামৰ লোক এজনৰ পৰা ২ লাখ ২০ হেজাৰ টকা জব্দ কৰে । আজি বিয়লি ৪.৩০ বজাত এএচ ২৬এ_৭৫৬৭ নম্বৰ পালছাৰ বাইকেৰে শান্তিপুৰৰ পৰা আহি থকা অৱস্থাত অভিযানকাৰী দলটোৱে এই টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এইখিনিতে উল্লেখ কৰিব লাগিব যে যোৱা একেজন ব্যাক্তিৰ পৰাই কুছুদিন পুৰ্ব্বে তিনি লাখ টকা উদ্ধাৰ হৈছিল । লোকসভা নিৰ্ব্বাচনৰ বাবে নিৰ্ব্বাচনী আঁচৰন বিধি বলবৎ থকা সময়ত এই দৰে অবৈধ ভাৱে কঢ়িয়াই অনা টকা সমুহ জব্দ কৰে আৰক্ষী আৰু ফ্লাইং স্কোৱাডৰ অভিযানত । 

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।  
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.