ETV Bharat / state

চৰাইদেউত পালন কৰা হ'ল আন্তৰ্জাতিক নাৰ্ছ দিৱস - চৰাইদেউ জিলাৰ সদৰ সোণাৰিত পালন কৰা হয় বিশ্ব ধাত্ৰী দিৱস

বিশ্ববাসী আতংকিত হৈ থকা এই জটিল সময়ছোৱাটো চৰাইদেউ জিলাৰ সদৰ সোণাৰিত পালন কৰা হয় বিশ্ব ধাত্ৰী দিৱস ৷ চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত স্থাপন কৰা COVID চিকিৎসালয়ত অনুষ্টুপীয়াকৈ অনুষ্ঠিত ধাত্ৰী দিৱসত চিকিৎসালয়খনৰ অধীক্ষক ডা৹ সৌমেন ভাগৱতী, জ্যেষ্ঠ চিকিৎসক ডা৹ দিগন্ত চেতিয়া আৰু কণিষ্ঠ চিকিৎসক ডা৹ জয়প্ৰকাশ কুমাৰ শ্বাহ উপস্থিত থাকে ৷

World nurse day celebration in Chairaideu
চৰাইদেউত বিশ্ব ধাত্ৰী দিৱস পালন
author img

By

Published : May 12, 2020, 10:08 PM IST

চৰাইডেউ, 12 মে' : আজি বিশ্ব ধাত্ৰী দিৱস । আধুনিক নাৰ্ছিং ব্যৱস্থাৰ বাটকটীয়া ফ্লৰেঞ্চ নাইটিংগেলৰ জন্ম দিনটোত ১৯৭৪ চনৰ পৰা পালন কৰা হৈছে বিশ্ব ধাত্ৰী দিৱস । বিশ্ববাসী আতংকিত হৈ থকা এই জটিল সময়ছোৱাটো চৰাইদেউ জিলাৰ সদৰ সোণাৰিত পালন কৰা হয় বিশ্ব ধাত্ৰী দিৱস ৷ চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত স্থাপন কৰা COVID চিকিৎসালয়ত অনুষ্টুপীয়াকৈ অনুষ্ঠিত ধাত্ৰী দিৱসত চিকিৎসালয়খনৰ অধীক্ষক ডা৹ সৌমেন ভাগৱতী, জ্যেষ্ঠ চিকিৎসক ডা৹ দিগন্ত চেতিয়া আৰু কণিষ্ঠ চিকিৎসক ডা৹ জয়প্ৰকাশ কুমাৰ শ্বাহ উপস্থিত থাকে ৷

লগতে পঢ়ক : লক্​ ডাউন প্ৰত্যাহাৰ লখিমপুৰত !

উল্লেখ্য যে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ফ্ল'ৰেঞ্চ নাইটিংগেলে যুদ্ধ ক্ষেত্ৰত আহতসকলৰ পৰিচৰ্যাত নিজকে উচৰ্গা কৰিছিল । নাইটিংগেলৰ এই মানৱসেৱাৰ কৰ্মস্পৃহাক স্মৰণ কৰি বৰ্তমান সময়ত নাৰ্চসকলক প্ৰেৰণা দিয়াৰ উদ্দেশ্য পালন কৰি অহা হৈছে বিশ্ব ধাত্ৰী দিৱস।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.