ETV Bharat / state

1 বজাৰ 10টা শীৰ্ষ বাতৰি - TOP 10 AT 1 PM

1 বজাৰ 10টা শীৰ্ষ বাতৰি

top-10-at-1-pm
1 বজাৰ 10টা শীৰ্ষ বাতৰি
author img

By

Published : Dec 8, 2022, 1:16 PM IST

Bharat Jodo Yatra in Kota : ৰাহুল গান্ধীৰ সন্মুখতে আত্মহত্যাৰ চেষ্টা যুৱকৰ

ৰাজস্থানত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ সময়ত অঘটন । তেওঁৰ সন্মুখতে আত্মহত্যাৰ চেষ্টা এজন যুৱকৰ (Young man tried to commit suicide)। যুৱকজনক ততালিকে এখন এম্বুলেন্সত ঝালাৱাৰ ৰোডৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।

Hiamchal election results: ষষ্ঠবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত জয়ৰাম ঠাকুৰ

একেৰাহে ষষ্ঠবাৰৰ বাবে বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰিলে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে (Jairam Thakur elected for sixth times) । প্ৰায় 20,000 ভোটত জয়লাভ কৰিছে ঠাকুৰে ৷ ২০১৭ চনত কংগ্ৰেছৰ চেতৰামক ১১২৫৪ টা ভোটত পৰাস্ত কৰি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হয় নেতাগৰাকী ।

New York Times : নিউয়ৰ্ক টাইমছৰ 24 ঘণ্টীয়া নিউজৰুম ধৰ্মঘট

নিউয়ৰ্ক টাইমছৰ শ শ সাংবাদিক আৰু অন্যান্য কৰ্মচাৰীয়ে বৃহস্পতিবাৰে 24 ঘণ্টীয়া ধৰ্মঘটৰ বাবে সাজু হৈছে (New York Times 24 hour walkout) । উল্লেখ্য, 40 বছৰতকৈও অধিক সময়ৰ বাতৰিকাকতখনৰ ইতিহাসত এনে ধৰণৰ ধৰ্মঘট এয়াই প্ৰথম হ'ব ।

HSLC exam 2023 date announced: HSLC পৰীক্ষাৰ দিন ঘোষণা কৰিলে ছেবাই

HSLC পৰীক্ষাৰ দিন ঘোষণা কৰিলে ছেবাই ৷ 3 মাৰ্চৰ পৰা 20 মাৰ্চলৈ হ’ব HSLC পৰীক্ষা (HSLC exam) ৷ নতুন শিক্ষা নীতিৰে অনুষ্ঠিত হ’ব এইবাৰৰ HSLC পৰীক্ষা ৷

Dhubri govt school condition: প্ৰধান শিক্ষকৰ নেতৃত্বত চলিছে চৰম অৰাজকতা !

ধুবুৰীৰ অহিৰউদ্দিন নামাগাঁও এল পি স্কুলত চলিছে অৰাজকতা (Anarchy prevails at Ahiruddin Namagaon LP School)। প্ৰধান শিক্ষকৰ বিৰুদ্ধে কেইবাটাও অভিযোগ স্থানীয় ৰাইজৰ । প্ৰধান শিক্ষকক বদলি কৰি আন ঠাইলৈ প্ৰেৰণৰ দাবী ৰাইজৰ ।

Dwipen Baruah program at Nalbari : জুবিন গাৰ্গক লৈ কিয় অসন্তুষ্ট দ্বীপেন বৰুৱা ?

জুবিন গাৰ্গৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিলে কণ্ঠশিল্পী দ্বীপেন বৰুৱাই (Dwipen Baruah unhappy with Zubeen Garg)। নলবাৰীত সংগীতানুষ্ঠানৰ মাজতে উদ্বেগ প্ৰকাশ কৰিলে কণ্ঠশিল্পীগৰাকীয়ে । কিন্তু জুবিন গাৰ্গে কি ভুল কৰিলে ?

Tribute to Gen Vipin Rawat: আজি জেনেৰেল বিপিন ৰাৱাটৰ প্ৰথম মৃত্যু বাৰ্ষিকী

আজি জেনেৰেল বিপিন ৰাৱাটৰ প্ৰথম মৃত্য়ু বাৰ্ষিকী (Gen Vipin Rawat death anniversary) ৷ 2021 চনৰ আজিৰ দিনটোতেই কন্নুৰত ভাৰতীয় সেনাৰ এখন Mi-17V-5 হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হোৱাত মৃত্যু ঘটে জেনেৰেল ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱাটসহ হেলিকপ্টাৰখনত থকা 14 গৰাকী আৰোহীৰ (CDS chopper crashed) ৷ প্ৰথম মৃত্যু বাৰ্ষিকীত জেনেৰেল বিপিন ৰাৱাটলৈ ইটিভি ভাৰত অসমৰ তৰফৰ পৰা জনালোঁ গভীৰ শ্ৰদ্ধা ৷

Ranjit Bora Murder Case : ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত ব্যৱহৃত বাইক-পিষ্টল জব্দ

গুৱাহাটীৰ পাঞ্জাবাৰীত সংঘটিত পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে(Purabi Dairy employee Ranjit Bora murdered) । ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত মহানগৰ আৰক্ষীয়ে ইতিমধ্যে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে(Accused arrested in Ranjit Bora murder case) ৷ বুধবাৰে মহানগৰ আৰক্ষীয়ে ৰঞ্জিত বৰা হত্যাকাণ্ডত ব্যৱহৃত বাইক, পিষ্টলো জব্দ কৰিবলৈ সক্ষম হয় ৷

Road accident in Boko: পথ দুৰ্ঘটনাত নিহত বি পি চলিহা মহাবিদ্যালয়ৰ এগৰাকী প্ৰবক্তা

বকোৰ লামপাৰাত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Boko) । নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় এখন আল্ট্ৰা বাছ । এই শোকাৱহ দুৰ্ঘটনাটোত থিতাতে নিহত হয় বাছখনত থকা এজন যাত্ৰী ৷ ঘটনাৰ বিৱৰণী অনুসৰি বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে এখন ই-ৰিক্সাক খুন্দিয়াই ৷ তাৰ পিছত পথৰ দাঁতিৰ দুখন দোকানক মহতিয়াই নিয়ে ৷ ফলত ভয়ংকৰ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় ড৹ অঞ্জনজ্যোতি বৰা নামৰ যাত্ৰীজন (B P Chaliha College lecturer died)।

Strange incident of ITI authorities: শিক্ষাৰ্থীৰ প্ৰমাণপত্ৰ ফলাৰ অভিযোগ ITI কৰ্তৃপক্ষৰ বিৰুদ্ধে

বামুনিমৈদামস্থিত ITI কৰ্তৃপক্ষৰ নাভূত নাশ্ৰুত কাণ্ড ! শিক্ষাৰ্থীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল প্ৰমাণপত্ৰ ফালিলে ITI কৰ্তৃপক্ষই, লগতে ৰঙা চিয়াঁহীৰে প্ৰমাণ পত্ৰত Cancel বুলিও লিখিলে কৰ্তৃপক্ষই । এই অভিযোগ প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ একাংশ ভুক্তভোগী শিক্ষাৰ্থীৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.