ETV Bharat / state

সোণাৰীত বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈৰ জয়লাভ

author img

By

Published : Oct 24, 2019, 4:11 PM IST

Updated : Oct 24, 2019, 7:01 PM IST

সোণাৰি সমষ্টি বিজেপিৰ দখলত

16:41 October 24

সোণাৰি সমষ্টি বিজেপিৰ দখলত

সোণাৰি সমষ্টিত বিজেপিৰ জয়লাভ
  • সোণাৰি সমষ্টিত বিজেপিৰ জয়লাভ
  • বিজেপি প্ৰাৰ্থী নৱনীতা সন্দিকৈ ১৫১৩৩ টা ভোটৰ ব্যৱধানত জয়লাভ
  • অন্তিম ৬ টা ই ভি এমত বিজেপিয়ে লাভ কৰে ১৯৩৬ টা ভোট
  • তাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰে ১৪৩০ টা আৰু ১৪৮ টা  নতা(NOTA) ভোট গণনা হয়
  • নৱনীতা সন্দিকৈয়ে মুঠ ভোট লাভ কৰে ৬৬৫৭৬ আৰু কংগ্ৰেছৰ সুশীল কুমাৰ চূড়ীয়ে লাভ কৰে ৫১২৬৫
  • লগতে মুঠ নতা(NOTA) ভোটাৰ সংখ্যা ৪৫৮০

16:00 October 24

106 নং সোণাৰি বিধানসভা সমষ্টি

  • 106 নং সোণাৰি বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী নৱনীতা সন্দিকৈ 13382 টা ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে 
  • ত্ৰয়োদশ ৰাউণ্ডৰ ফলাফল অনুসৰি প্ৰাপ্ত ভোটৰ সংখ্যা
  • বিজেপি -৫৬১৫
  • কংগ্ৰেছ - ৩২৪৭
  • ন'টা - ৩২৩
  • ন'টা সৰ্বমুঠ - ৩৭২৭
  • আৰু মাত্ৰ এটা ৰাউণ্ড বাকী থকা অৱস্থাত বিজেপি প্ৰাৰ্থীগৰাকীৰ বিজয় নিশ্চিত হৈ পৰিছে 

Intro:Body:

[24/10 3:44 pm] Ananta Smith new: #১০৬ নং সোণাৰি বিধানসভা সমষ্টি

## ত্ৰিয়োদশ (১৩) ৰাউণ্ড

বিজেপি -৫৬১৫

কংগ্ৰেছ - ৩২৪৭

ন'টা - ৩২৩

 ত্ৰয়োদশ ৰাউণ্ডৰ অন্তত বিজেপিৰ মুঠ অগ্ৰগতি-  ১৩৩৮২ ভোট

ন'টা সৰ্বমুঠ - ৩৭২৭

[24/10 3:45 pm] Ananta Smith new: আৰু এটা ৰাউণ্ড বাকী থকা অৱস্থাত বিজেপি দলৰ প্ৰাৰ্থীৰ জয় নিশ্চিত।

Conclusion:
Last Updated : Oct 24, 2019, 7:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.