ETV Bharat / state

চৰাইদেউৰ বৰপথাৰত মাটিৰ কলহত উদ্ধাৰ ৰূপৰ মুদ্ৰা

author img

By

Published : Mar 2, 2019, 7:37 PM IST

শ্ৰমিক কেইজনে উলিয়াই চাওতেই উদ্ধাৰ হ'ল ৰূপৰ মুদ্ৰাসমূহ

চৰাইদেউৰ বৰপথাৰত মাটিৰ কলহত উদ্ধাৰ ৰূপৰ মুদ্ৰা

চৰাইদেউ,২মাৰ্চঃ

চৰাইদেউৰ বৰহাট বৰপথাৰতমাটি খান্দোতে ওলাল এক টেকেলী ৰূপৰ মুদ্ৰা। এনৰেগা শ্ৰমিকে পুখুৰী খান্দি থাকোঁতেই উদ্ধাৰ হয় মুদ্ৰাসমূহ।

এনৰেগাত শ্ৰমিকসকলে পুখুৰি খান্দোতে ওলাইছিল মাটিৰ কলহটো। শ্ৰমিক কেইজনে উলিয়াই চাওতেই উদ্ধাৰ হ'ল ৰূপৰ মুদ্ৰাসমূহ ৷

etv bharat
চৰাইদেউৰ বৰপথাৰতমাটিৰ কলহত উদ্ধাৰ ৰূপৰ মুদ্ৰা

Intro:Body:

চৰাইদেউৰ বৰহাট বৰপথাৰত  এক টেকেলী ৰূপৰ মুদ্ৰা উদ্ধাৰ ৷ এনৰেগা আচঁনিৰ অধীনত পুখুৰী খান্দি থাকোঁতেই উদ্ধাৰ হয় এই মুদ্ৰাসমূহ ৷ মুদ্ৰাসমূহ এনৰেগাত নিয়োজিত শ্ৰমিকসকলে থপিয়া থপি কৰি আত্মসাৎ কৰে বহু মুদ্ৰা ৷  প্ৰায় ডেৰ কেজি ওজনৰ মাটিৰ কলহত আছিল ৰূপৰ মুদ্ৰাসমূহ ৷

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.