ETV Bharat / state

চৰাইদেউত উদ্ধাৰ নৱজাতক - ইটিভি অসম

দিচাং দলঙৰ ওচৰত সোমবাৰে ৰাতিপুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে নৱজাতকটো।

etv bharat
author img

By

Published : Mar 11, 2019, 1:33 PM IST

চৰাইদেউ, ১১ মাৰ্চ : চৰাইদেউ জিলাত উদ্ধাৰ নৱজাতক। জিলাখনৰ সোণাৰিৰ দিচাং দলঙৰ ওচৰত সোমবাৰে ৰাতিপুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে নৱজাতক।

newborn

প্ৰায় তিনিমহীয়া শিশুটি প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীতউপস্থিত হয় কাকতিবাৰী আৰক্ষী। বৰ্তমানে স্বাস্থ্য পৰীক্ষণৰ বাবে শিশুটোক হাস্পতাললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

*সোণাৰিৰ ভজোত নৱজাতক উদ্ধাৰ*
Story-NEWBORN_RECOVERED
Ananta smith
Sivasagar
11th March

A_SVR_11TH_MAR_803_VISUAL_NEWBORN_RECOVERED_ANANTA

 আজি চৰাইদেউ জিলাৰ সোণাৰিৰ ভজোত উদ্ধাৰ হয় এটি নৱজাতক। প্ৰায় তিনিমহীয়া নৱজাতক বুলি অনুমান কৰা শিশুটি উদ্ধাৰ হয় সোণাৰিৰ ভজো দিচাং দলঙৰ পাৰত। স্থানীয় লোকে নৱজাতক শিশুটি দলঙৰ কাষৰ হাবিত পৰি থকা দেখা পাই কাকতিবাৰী আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে উদ্ধাৰ কৰেহি শিশুটি। পিছত আৰক্ষীয়ে চিকিৎসাৰ  বাবে শিশুটিক চিকিৎসকৰ ওচৰলৈ প্ৰেৰণ কৰে। ইপিনে এই ঘটনাত চাঞ্চল্য সৃষ্টি হৈছে অঞ্চলটোত। আনহাতে এই সন্দৰ্ভত কাকতিবাৰী আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.