ETV Bharat / state

গুৱাহাটীত পুনৰ ওলাল গজৰাজ

author img

By

Published : May 21, 2019, 4:15 PM IST

মহানগৰীত পুনৰ বন্যহস্তী ৷ পাঞ্জাবাৰীত ওলাল এটা বনৰীয়া হাতী ৷ আমচাং অভয়াৰণ্যৰ পৰা ওলাই আহে হাতীটো ৷

পাঞ্জাবাৰীত বনৰীয়া হাতীৰ মুক্ত বিচৰণ
  • পাঞ্জাবাৰীত বনৰীয়া হাতীৰ মুক্ত বিচৰণ
  • পাঞ্জাবাৰী আৰু বৰবাৰীৰ অলিয়ে-গলিয়ে বনৰীয়া হাতীৰ বিচৰণ
  • পুৱা আমচাং অভয়াৰণ্যৰ পৰা ওলাই আহে বনৰীয়া হাতীটো
  • বনৰীয়া হাতীটোৰ আক্ৰমণত ক্ষতিসাধন এখন বিলাসী বাহনৰ
  • হাতীটোৰ বিচৰণ কৰাৰ বাবে বন্ধ কৰি দিয়া হয় বতাহঘুলি প্ৰাথমিক বিদ্যালয়
  • ইয়াৰ পূৰ্বেও আমচাঙৰ পৰা ওলাই আহিছিল এটা বনৰীয়া হাতী
    পাঞ্জাবাৰীত বনৰীয়া হাতীৰ মুক্ত বিচৰণ

  • পাঞ্জাবাৰীত বনৰীয়া হাতীৰ মুক্ত বিচৰণ
  • পাঞ্জাবাৰী আৰু বৰবাৰীৰ অলিয়ে-গলিয়ে বনৰীয়া হাতীৰ বিচৰণ
  • পুৱা আমচাং অভয়াৰণ্যৰ পৰা ওলাই আহে বনৰীয়া হাতীটো
  • বনৰীয়া হাতীটোৰ আক্ৰমণত ক্ষতিসাধন এখন বিলাসী বাহনৰ
  • হাতীটোৰ বিচৰণ কৰাৰ বাবে বন্ধ কৰি দিয়া হয় বতাহঘুলি প্ৰাথমিক বিদ্যালয়
  • ইয়াৰ পূৰ্বেও আমচাঙৰ পৰা ওলাই আহিছিল এটা বনৰীয়া হাতী
    পাঞ্জাবাৰীত বনৰীয়া হাতীৰ মুক্ত বিচৰণ
পাঞ্জাৱৰীত পুনৰ আহিল বনৰীয়া হাতী

মহানগৰীৰ পাঞ্জাৱৰীৰ বৰবাড়িত আজি পুনৰ ওলাল বনৰীয়া হাতী। বৰবাড়িৰ ৰাজপথত পুৱাই গজৰাজৰ মৰ্নিং ৱাক। আমচাং অব্যৰণ্যৰ পৰা আজি পুৱাৰ ভাগত ওলাই আহে বনৰীয়া হাতীটো। পুৱাৰ পৰা পাঞ্জাবাৰী আৰু বৰবাড়িৰ গলীয়ে গলীয়ে বনৰীয়া হাতীটোৱে মুক্ত বিচৰণ কৰি আছে। বানাঞ্চলৰ পৰা জনাঞ্চললৈ এইদৰে বনৰীয়া হাতী ওলাই আহি মুক্ত বিচৰণ কৰাৰ বাবে আজি বন্ধ দিয়া হ'ল বতাহঘুলি প্ৰাথমিক বিদ্যালয়।
অঞ্চলটোত পুৱাৰে পৰা বনৰীয়া  হাতীৰ বিচৰণৰ বাবে সতৰ্কতা মূলক এই ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগ আৰু জিলা প্ৰশাসনে। 
বনৰীয়া হাতীটোৰ আক্ৰমণত এখন বিলাসী বাহন ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। 

উল্লেখ্য যে কিছুদিন পূৰ্বে আমচাং  বনাঞ্চলৰ পৰা এটা বনৰীয়া হাতী ওলাই আহি মহানগৰীৰ বিভিন্ন অঞ্চলত মুক্ত বিচৰণ কৰিছিল। বন বিভাগে পিছত হাতীটোক ট্ৰেংকোলাইজ কৰি আমচাং বনাঞ্চলত এৰি আহিছিল। 

Slug: 
a_ghy_801_21may_wild_elephant_on_the_street_of_guwahati_vis_7201051

Feed : FTP
Script : Mail
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.