ETV Bharat / state

ৰাজ্যত আছে 1লাখৰো অধিক বিদেশীঃ জি কিশান ৰেড্ডী - Foreigners' Tribunals

অসমত চলিত বৰ্ষৰ মাৰ্চ মাহলৈ চিনাক্ত কৰা হৈছে এক লাখৰো অধিক বিদেশী লোক ৷ ৰাজ্যত থকা 100খন বৈদেশিক ন্যায়াধীকৰণে এইসমূহ বিদেশী লোকক চিনাক্ত কৰিছে ৷

জি কিশান ৰেড্ডী
author img

By

Published : Jul 16, 2019, 11:43 PM IST

নিউজ ডেস্ক, 16 জুলাইঃ দেশৰ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰলৈ এক পত্ৰযোগে বৈদেশিক ন্যায়াধীকৰণ সংশোধনী নিৰ্দেশ 2019ৰ সাংবিধানিক বৈধতাৰ ওপৰত স্পষ্টীকৰণ বিছাৰে ৷ চলিত বৰ্ষৰ মে মাহত সংশোধনী হোৱা এই নিৰ্দেশ অনুসৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভূক্তি আৰু অন্তৰ্ভূক্তি নোহোৱা ব্যক্তিৰ আবেদন প্ৰক্ৰিয়া অন্তৰ্ভূক্ত আছিল ৷

লোকসভাত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী জি কিশান ৰেড্ডীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, অসমৰ বৈদেশিক ন্যায়াধীকৰণে চলিত বৰ্ষৰ মাৰ্চ মাহলৈ 1.17 লাখ লোকক বিদেশী ঘোষণা কৰিছে ৷ বৰ্তমান সময়ত অসমৰ বিভিন্ন জিলাত সৰ্বমুঠ 100 খন বৈদেশিক ন্যায়াধীকৰণ আছে আৰু 2019চনৰ মাৰ্চ মাহৰ 31 তাৰিখলৈ ন্যায়াধীকৰণে 1,17,164 গৰাকী লোকক বিদেশী ঘোষণা কৰা হৈছে ৷

Intro:Body:

ৰাজ্যত আছে 1লাখৰো অধিক বিদেশীঃ জি কিশান ৰেড্ডী 

অসমত চলিত বৰ্ষৰ মাৰ্চ মাহলৈ চিনাক্ত কৰা হৈছে এক লাখৰো অধিক বিদেশী লোক ৷ ৰাজ্যত থকা 100খন বৈদেশিক ন্যায়াধীকৰণে এইসমূহ বিদেশী লোকক চিনাক্ত কৰিছে ৷ 

দেশৰ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰলৈ এক পত্ৰযোগে বৈদেশিক ন্যায়াধীকৰণ সংশোধনী নিৰ্দেশ 2019ৰ সাংবিধানিক বৈধতাৰ ওপৰত স্পষ্টীকৰণ বিছাৰে ৷ চলিত বৰ্ষৰ মে মাহত সংশোধনী হোৱা এই নিৰ্দেশ অনুসৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভূক্তি আৰু অন্তৰ্ভূক্তি নোহোৱা ব্যক্তিৰ আবেদন প্ৰক্ৰিয়া অন্তৰ্ভূক্ত আছিল ৷ 

লোকসভাত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী জি কিশান ৰেড্ডীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, অসমৰ বৈদেশিক ন্যায়াধীকৰণে চলিত বৰ্ষৰ মাৰ্চ মাহলৈ 1.17 লাখ লোকক বিদেশী ঘোষণা কৰিছে ৷ বৰ্তমান সময়ত অসমৰ বিভিন্ন জিলাত সৰ্বমুঠ 100 খন বৈদেশিক ন্যায়াধীকৰণ আছে আৰু 2019চনৰ মাৰ্চ মাহৰ 31 তাৰিখলৈ ন্যায়াধীকৰণে 1,17,164 গৰাকী লোকক বিদেশী ঘোষণা কৰা হৈছে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.