ETV Bharat / state

যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী - নৰেন্দ্ৰ মোডী

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ

jorhat protest
author img

By

Published : Feb 10, 2019, 8:44 AM IST

যোৰহাট, ৯ ফেব্ৰুৱাৰীঃ যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শনিবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু টাই আহোম ছাত্ৰ সন্থাৰ সদস্যসকলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰিয়েই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই। দুয়োটা সংগঠনৰে সদস্যসকলে ক'লা পতাকা উৰোৱাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়াণ কৰে । নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে ৰাজ্য চৰকাৰক শান্তিত থাকিব নিদিয়ে বুলিও মন্তব্য কৰে সদস্যসকলে ।

jorhart
undefined

Intro:নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী।

Body:যোৰহাট জিলা উপায়ুক্ত কায্যলয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু টাই আহোম ছাত্ৰ সন্থাই যৌথ ভাৱে কলা পতাকা উৰোৱাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমন তীব্ৰ প্ৰতিবাদ কৰে জাতীয় সংগঠন দুয়োটাই।নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে ৰাজ্য চৰকাৰক শান্তিত থাকিব নিদিয়ে ।উল্লেখযোগ্য যে দুয়োটা জাতীয় সংগঠনৰ অৰ্ধশতাধীক কৰ্মীয়ে জিলা উপযুক্ত কায্যলয়ৰ সন্মুখত কলা পতাকা উৰুৱাই ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

Conclusion:জাতীয় জীৱনৰ অস্তিত্বৰ সংকট আনিব পৰা জাতি ধ্বংসী বিধেয়ক বাতিল নকৰিলে অনাগত সময়ত ‌ৰাজ্যখনৰ পৰিস্থিতি অধিক অৱনতি হোৱাটো নিশ্চিত।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.