ETV Bharat / state

জনজাতিকৰণক লৈ উত্তাল ৰাজ্যঃ ৰাজ্যজুৰি প্ৰতিবাদ ঢৌ - প্ৰতিবাদ

জনজাতিকৰণক লৈ বিভ্ৰান্তিকৰ মন্তব্য কৰি শলঠেকত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা ৷ ৰাজ্যজুৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম ছাত্ৰ সন্থাই ৷

জনজাতিকৰণক লৈ উত্তাল ৰাজ্যঃ ৰাজ্যযুৰি প্ৰতিবাদ আটাছুৰ তীব্ৰ প্ৰতিবাদ
author img

By

Published : Jul 4, 2019, 11:12 PM IST

নিউজ ডেস্ক, 4 জুলাইঃ যিটো সময়ত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়াই গতি লাভ কৰিছিল সেই সময়তে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ বিভ্ৰান্তিকৰ মন্তব্যক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত হয় সমগ্ৰ ৰাজ্যত ৷ নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰীয় নেতা ৰাজনাথ সিঙৰ অধ্যক্ষতাত অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ গঠিত সমিতিখনে কেৱল মাথো নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰহে এক চক্ৰান্ত আছিল বুলি অভিযোগ কৰে টাই আহোম ছাত্ৰ সন্থাই ৷

সংগঠনটোৱে অসমৰ ছয় জনগোষ্ঠী জনজাতিকৰণ নীতিৰ ভিতৰত নপৰে বুলি কৰা মন্তব্য তাচ্ছিল্যসূচক বুলি কোৱাৰ লগতে আৰু ইয়াৰ বাবে বিজেপিৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সকীয়নি প্ৰদান কৰে ছাত্ৰ সংগঠনটোৱে ৷ ইয়াৰ বিৰুদ্ধে বৃহস্পতিবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে ৷ অসমৰ বিভিন্ন স্থানকে ধৰি যোৰহাট, গোলাঘাট আৰু সৰুপথাৰত প্ৰতিবাদী সমদল বাহিৰ কৰাৰ লগতে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ প্ৰতিকৃতি দাহ কৰে ছাত্ৰ সংগঠনটোৱে ৷

Intro:গোলাঘাটত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ পুত্তলিকা দাহ। ছয় জনগোষ্ঠীক জনজাতি কৰণৰ ক্ষেত্ৰত কৰা বিৰূপ মন্তব্যৰ প্ৰতিবাদত তাই আহোম ছাত্র সন্থা গোলাঘাট জিলা সমিতিয়ে কৰে এই প্ৰতিবাদ। ছয় জনগোষ্ঠীক শীঘ্ৰে জনজাতি কৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিহীত ব্যৱস্থা গ্ৰহণ নকৰিলে ব্যাপক আন্দোলন গঢ়ি তুলিব বুলিও সকিয়াই দিয়ে সংগঠনটোৱে।Body:অসমৰ ছয় জনগোষ্ঠীৰ জন্মস্বৰ্ত অধিকাৰ জনজাতি কৰণ। এই জনজাতি কৰণক লৈ বৰ্তমানৰ চৰকাৰ খনে লৰা ধেমালি কৰা কাৰ্যক ধিক্কাৰ দিয়ে। বিগত নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰীয় নেতা ৰাজনাথ সিংৰ অধ্যক্ষতাত অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ গঠিত সমিতি খন কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ এক চক্ৰান্তহে আছিল বুলি অভিযোগ কৰে। অসমৰ ছয় জনগোষ্ঠীক জনজাতি কৰণৰ নীতিৰ ভিতৰত নপৰে বুলি কৰা মন্তব্য তাচ্ছিল্যসূচক বুলি কৈ বি জে পি চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে।Conclusion:Byte_1_নেতা, তাই আহোম ছাত্র সন্থা
Byte_2_নেতা, তাই আহোম ছাত্র সন্থা
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.