ETV Bharat / state

অপৰিৱৰ্তিত ইন্ধনৰ মূল্য

বুধবাৰেও অপৰিৱৰ্তিত ভাৱে থাকিল পেট্ৰ'ল ডিজেলৰ মূল্য

author img

By

Published : Feb 27, 2019, 11:42 AM IST

petrol

বিগত কিছুদিন ধৰি ধাৰাবাহিকভাৱে বাঢ়িছে ইন্ধৰ মূল্য ।

petrol
কিন্তু বুধবাৰে অপৰিৱৰ্তিতভাৱে থাকিল পেট্ৰ'ল ডিজেলৰ মূল্য । গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭১.১৭ টকা হোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৭.৪২ টকা হয় ।

Intro:ইন্ধনৰ ধাৰাবাহিক মূল্য বৃদ্ধিৰ পিছত আজি অপৰিৱৰ্তিতভাৱে থাকিল পেট্ৰ'ল ডিজেলৰ মূল্য।

Body:বুধবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭১.১৭ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য হৈছে ৬৭.৪২ টকা।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.