- মহানগৰীৰ ১৩ মাইলত শোকাৱহ পথ দুৰ্ঘটনা
- যোৰাবাট যান-বাহন আৰক্ষী চকীৰ অন্তৰ্গত সংঘটিত হয় এই দুৰ্ঘটনা
- পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক ।
- বৰ্তমানেও পৰিচয় জানিব পৰা হোৱা নাই মৃতলোকজনৰ
- ঘটনাস্থলীত উপস্থিত যোৰাবাট যান-বাহন আৰক্ষী
- মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ মৃতদেহটো
যোৰাবাটৰ ১৩ মাইলত শোকাৱহ পথ দুৰ্ঘটনা - যোৰাবাট
যোৰাবাট যান-বাহন আৰক্ষী চকীৰ অন্তৰ্গত ১৩ মাইলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা
১৩ মাইলত শোকাৱহ পথ দুৰ্ঘটনা
- মহানগৰীৰ ১৩ মাইলত শোকাৱহ পথ দুৰ্ঘটনা
- যোৰাবাট যান-বাহন আৰক্ষী চকীৰ অন্তৰ্গত সংঘটিত হয় এই দুৰ্ঘটনা
- পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক ।
- বৰ্তমানেও পৰিচয় জানিব পৰা হোৱা নাই মৃতলোকজনৰ
- ঘটনাস্থলীত উপস্থিত যোৰাবাট যান-বাহন আৰক্ষী
- মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ মৃতদেহটো
A_GHY_801_21APRIL_ONE_DEAD_IN_ROAD_ACCIDENT_PHOTO_ASRAR
পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু।
যোৰাবাট যান-বাহন আৰক্ষী চকীৰ অন্তৰ্গত ১৩ মাইলত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । শোকাৱহ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন লোক । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনে খুন্দা মৰাৰ ফলত এজন লোকৰ থিতাতে নিহত হয় । নিহত লোকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই । ঘটনাৰ খবৰ পাই যোৰাবাট যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ নিজ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে , এই সম্পৰ্কে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।
Asrar Ansari
Guwahati
Last Updated : Apr 21, 2019, 9:38 AM IST