ETV Bharat / state

গুৱাহাটীৰ ৰাজপথত চিটি বাছৰ নাটনি - গুৱাহাটী

সোমবাৰে পুৱাই মহানগৰীৰ ৰাজপথত দেখিবলৈ পোৱা গ'ল চিটি বাছৰ নাটনি ৷ বাছৰ বহন ক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িওৱা পৰিলক্ষিত হয় মহানগৰীত ।

গুৱাহাটীৰ ৰাজপথত চিটি বাছৰ নাটনি
author img

By

Published : Apr 22, 2019, 11:03 AM IST

গুৱাহাটী, 22 এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাজত মাথো কেইটামান ঘণ্টা বাকী । গুৱাহাটী, ধুবুৰী, কোকৰাঝাৰ আৰু বৰপেটা সমষ্টিৰ 4 খন আসনৰ বাবে হ'বলগীয়া নিৰ্বাচনৰ বাবে চিটী বাছ সমূহ অধিগ্ৰহণ কৰাৰ ফলত গুৱাহাটীৰ ৰাজপথত দেখিবলৈ পোৱা গ'ল চিটি বাছৰ নাটনি ।

গুৱাহাটীৰ ৰাজপথত চিটি বাছৰ নাটনি

চিটি বাছ নোহোৱাৰ বাবে বিভিন্ন সমস্যাৰ সম্মুখীন হ'ব লগা হয় যাত্ৰীসকল ৷ তাৰোপৰি চিটি বাছৰ বহন ক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িওৱা পৰিলক্ষিত হয় মহানগৰীত ।

Intro:সোমাবৰে পুৱাই গুৱাহাটী ৰাজপথত দেখিবলৈ পোৱা গল চিটী বাছৰ নাটনি।

Body:তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাজত মাথোঁ কেইটামান ঘণ্টা বাকী। অসমৰ ৪ খন লোকসভা আসনৰ বাবে সবলগীয়া নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে চিটী বাছ সমুহ অধিগ্ৰহণ কৰা বাবে সোমাবৰে পুৱাই গুৱাহাটী ৰাজপথত দেখিবলৈ পোৱা গল চিটী বাছৰ নাটনি। যাত্ৰীসকলৰ চিটী বাছ নহোৱাৰ বাবে বিভিন্ন ধৰনৰ সমস্যাৰ সম্মুখীন হব লগা হয়। এখন বাছত যাত্ৰী সমতাতকৈ অধিক যাত্ৰী কঢ়িয়াৱা পৰিলক্ষিত হৈছে।

Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.