গুৱাহাটী, 31 মে’: নিশা হ'লেই অন্ধকাৰত ডুব যায় মহানগৰীৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথটো । ঘাইপথটোৰ ষ্ট্ৰীট লাইটসমূহ বিগত কেইবাদিন ধৰি বিকল হৈ থকাৰ বাবেই গুৱাহাটীৰ বশিষ্ঠৰ পৰা জালুকবাৰীলৈ অন্ধকাৰ পথেৰে অতি বিপদজনক ভাৱে অহা-যোৱা কৰে পথাচাৰীসকলে ৷ অনে ভয়াবহ পৰিস্থিতিৰে যাতায়ত অব্যাহত থকাৰ স্বত্বেও লাইটসমূহ মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা হাতত লোৱা নাই । উল্লেখযোগ্য যে, ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ এনেধৰণৰ সমস্যাৰ বাবেও বিভিন্ন সময়ত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷
নিশা অন্ধকাৰত ডুব যায় মহানগৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ - ষ্ট্ৰীট লাইট
গুৱাহাটী মহানগৰীৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ ষ্ট্ৰীট লাইটসমূহ বিগত কেইবাদিন ধৰি বিকল হৈ থকাত সমস্যাত পৰিছে পথাচাৰীসকল ৷ সঘনাই দুৰ্ঘটনা সংঘটিত হৈ থকা ব্যস্ত ঘাইপথটোত কেইবা দিন ধৰি ষ্ট্ৰীট লাইটসমূহ একেই অৱস্থাতে আছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা হাতত নোলোৱাৰ অভিযোগ ৷
গুৱাহাটী, 31 মে’: নিশা হ'লেই অন্ধকাৰত ডুব যায় মহানগৰীৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথটো । ঘাইপথটোৰ ষ্ট্ৰীট লাইটসমূহ বিগত কেইবাদিন ধৰি বিকল হৈ থকাৰ বাবেই গুৱাহাটীৰ বশিষ্ঠৰ পৰা জালুকবাৰীলৈ অন্ধকাৰ পথেৰে অতি বিপদজনক ভাৱে অহা-যোৱা কৰে পথাচাৰীসকলে ৷ অনে ভয়াবহ পৰিস্থিতিৰে যাতায়ত অব্যাহত থকাৰ স্বত্বেও লাইটসমূহ মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা হাতত লোৱা নাই । উল্লেখযোগ্য যে, ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ এনেধৰণৰ সমস্যাৰ বাবেও বিভিন্ন সময়ত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷
Body:চৰকাৰে স্মাৰ্ট চিটী ৰূপে পৰিগণিত কৰাৰ পৰিকল্পনা কৰা গুৱাহাটী মহানগৰীৰ নিশাৰ প্ৰকৃত ছবি এয়া। বিগত কেইবা দিন ধৰি ষ্ট্ৰীট লাইটসমূহ একেই অৱস্থাতে আছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হোৱা নাই। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথটোৰ এই অন্ধকাৰময় পৰিস্থিতিৰ বাবেই বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায়।
Conclusion:HIRUL HAQUE I GUWAHATI