ETV Bharat / state

শিৱৰাজ সিং চৌহানৰ কামাখ্যা দৰ্শন

মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মহেন্দ্ৰ সিঙে

author img

By

Published : Feb 24, 2019, 4:01 AM IST

MP sivraj

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰীঃ শনিবাৰে শক্তিপীঠ কামাখ্যা দৰ্শন কৰে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে।

MP sivraj
সপত্নীক কামাখ্যা মন্দিৰ দৰ্শন কৰে মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। চৌহানৰ লগত উপস্থিত থাকে অসম বিজেপিৰ প্ৰভাৰী মহেন্দ্ৰ সিং।মন্দিৰ দৰ্শনৰ পাচতেই আমিনগাঁৱৰ জনসভাত ভাগ ল'বলৈ যায় মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান।

Slug: A_GHY_23FEB_801_MP EX CM KAMAKHYA_HIRUL HAQUE

কামাখ্যা মন্দিৰত মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান। 

সহধৰ্মিনীক লগত লৈ কামাখ্যা মন্দিৰ দৰ্শন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে অসম বিজেপিৰ প্ৰভাৰী মহেন্দ্ৰ সিং।

মন্দিৰ দৰ্শনৰ পিছতেই অমিনগাঁৱৰ জনসভাত ভাগ ল'বলৈ যায় মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান। 

Visual-FTP
(Hirul Haque/Guwahati) 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.