লখিমপুৰ, ১১ মাৰ্চঃ লখিমপুৰৰ নাওবৈচাত বটা চৰাই পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে ইণ্টু দত্ত নামৰ যুৱকজনে । মাত্ৰ ১০ টা বটা চৰাইৰে আৰম্ভ কৰা ইন্টুৰ ফাৰ্মত এতিয়া সংখ্যা ১৪০০ ৰো অধিক । এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতা কৰি আৰ্থিকভাৱে জুৰুলা ইণ্টু দত্তৰ ব্যৱসায় শিপাইছে অৰুণাচললৈ । উচ্চশিক্ষা লাভ কৰাৰ পাচতে চৰকাৰী চাকৰিৰ বাবে অপেক্ষা নকৰি বটা চৰাইৰ লগতে বিভিন্ন প্ৰজাতিৰ হাঁহ পালনেৰে নিজে স্বাৱলম্বি হোৱাৰ উপৰিও আন বহুতো নিবনুৱাৰ বাবে প্ৰৰণা হৈ পৰে ।
বটা চৰাই পালনেৰে স্বাৱলম্বী ইণ্টু - লখিমপুৰ
মাত্ৰ ১০ টা বটা চৰাইৰে আৰম্ভ কৰা ইন্টুৰ ফাৰ্মত এতিয়া সংখ্যা ১৪০০ ৰো অধিক
![বটা চৰাই পালনেৰে স্বাৱলম্বী ইণ্টু](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2663302-916-e026ecb3-adf2-44fb-a2ee-975e96a32a34.jpg?imwidth=3840)
quail birds
লখিমপুৰ, ১১ মাৰ্চঃ লখিমপুৰৰ নাওবৈচাত বটা চৰাই পালনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে ইণ্টু দত্ত নামৰ যুৱকজনে । মাত্ৰ ১০ টা বটা চৰাইৰে আৰম্ভ কৰা ইন্টুৰ ফাৰ্মত এতিয়া সংখ্যা ১৪০০ ৰো অধিক । এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতা কৰি আৰ্থিকভাৱে জুৰুলা ইণ্টু দত্তৰ ব্যৱসায় শিপাইছে অৰুণাচললৈ । উচ্চশিক্ষা লাভ কৰাৰ পাচতে চৰকাৰী চাকৰিৰ বাবে অপেক্ষা নকৰি বটা চৰাইৰ লগতে বিভিন্ন প্ৰজাতিৰ হাঁহ পালনেৰে নিজে স্বাৱলম্বি হোৱাৰ উপৰিও আন বহুতো নিবনুৱাৰ বাবে প্ৰৰণা হৈ পৰে ।
quail birds
quail birds
Intro:সমাজৰ বাধাৰ বাবে গাহৰি পালনৰ সপোন সফল নহল লখিমপুৰ এজন উচ্চ শিক্ষিত যুৱকৰ । কিন্তু লখিমপুৰ সকলোৰে আদৰ্শ কাৰণ নাওবৈচাৰ ইন্টু দত্ত।কিন্তু কেনেকৈ চাও আহক।
Body: এইজন যুৱক লখিমপুৰ জিলাৰ নাওবৈচাৰ ইন্টু দত্ত। ইন্টু এতিয়া সকলোৰে পৰিচিত । কাৰণ যুৱক জনৰ আছে সুকীয়া পৰিচয়। ইন্টু দত্তৰ ঘৰত এতিয়া সকলোৰে সমাগম ঘটে বটা চৰাইৰ ফাৰ্ম চাবলৈ। ১০ টা বটা চৰায়েৰে ইন্টু ৱে আৰম্ভ কৰা ফাৰ্মত এতিয়া সংখ্যা বাঢ়ি হৈছেগৈ ১৪০০ ৰ অধিক। বটা চৰাই মাংসৰ প্ৰতি খাদ্যৰসিকৰ আকৰ্ষণ বৃদ্ধি পোৱাত লাভৰ মুখ দেখিছে ইন্টুৱে। অৰুণাচল পৰ্যন্ত ব্যৱসায় শিপাইছে ইন্টুৰ।
বাইত:
এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতা কৰাৰ লগতে ইন্টু দত্ত দৈনিক ব্যস্ত নিজৰ ফাৰ্ম খনত। ইন্টুৰ ফাৰ্মত আছে
বটা চৰাইৰ লখতে হাহৰ কেইবাটাও প্ৰজাতি।
খাকী কেম্বেল,চাৰা চাম্বেলী,আমেৰিকান হোৱাইট পেকিঙ প্ৰজাতিৰ ৰ লগতে কনি উৎপাদন বাবে পুহিছে চিনা হাহ।
Byte:
প্ৰথম বাৰব বাবে নিজা প্ৰচেষ্টাৰে ইন্টু দত্তই ঘৰতে কৃত্তী ম প্ৰজননেৰে উৎপাদন কৰিছে বটা চৰাইৰ লগতে হাহৰ পোৱালি।
বাইট:
Conclusion:ইন্টুৰ এই সফলতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে বহতক। বহু নিবনুৱা ৰ বাবে অনুপ্ৰেৰণা ইন্টু দত্তৰ মন্তব্য চৰকাৰী চাকৰিৰ বাবে হাত সাৱটি বহি নাথাকি উচ্চ শিক্ষিত যুৱক হাহ কুকুৰা পালনেৰে হৱ পাৰে স্বাৱলম্বী।
লখিমপুৰ পৰা নীলপৱন সভাপণ্ডিত