ETV Bharat / state

ভোটাৰৰ সজাগতাৰ উদ্দেশ্যে গুৱাহাটীত সজাগতা দৌৰ - ৰান ফ'ৰ ভোট

"ৰান ফৰ ভোট" শীৰ্ষক দৌৰেৰে ভোটাৰক আকৰ্ষণৰ চেষ্টা নিৰ্বাচন আয়োগ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ৷

ৰান ফৰ ভোট
author img

By

Published : Mar 11, 2019, 11:53 AM IST

গুৱাহাটী, ১১মাৰ্চঃ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাচতে তৎপৰ হৈ পৰিছে ৰাজ্যিকনিৰ্বাচনী আয়োগ ৷ ইতিমধ্যে নিৰ্বাচনআয়োগে নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন অধিসূচনা জাৰী কৰাৰ লগতে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে ৷

ৰান ফৰ ভোট

সোমবাৰে ৰাতিপুৱাৰ ভাগতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ সহযোগত আয়োজন কৰে এক সজাগতামূলক দৌৰ ৷ মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰায় দুই শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা "ৰান ফৰ ভোট" শীৰ্ষক দৌৰৰ উদ্বোধন কৰে মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷

ভোটাৰ ৰাইজক আকৰ্ষণৰ উদ্দেশ্যে এইদৰে শীৰ্ষক সজাগতা দৌৰ উলিওৱা হয় ৷ মহানগৰীৰ লতাশিল খেলপথাৰৰ পৰা উলিওৱা দৌৰত শিক্ষাৰ্থীসকলক ব্ৰেণ্ড এম্বেছেদৰ হিচাপে লৈ আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত ভোটাৰ ৰাইজক বাৰ্তা প্ৰদান কৰে ৰাজ্যিক নিৰ্বাচনী আয়োগে ৷

Intro:মহানগৰীৰ লতাশিলত ৰান ফৰ ভোট শীৰ্ষক সজাগতা ৰেলী। নতুন ভোটাৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলা প্ৰশাসন আৰু নিৰ্বাচন আয়োগৰ যৌথ উদ্যোগত এই ৰেলী।

Body:দেওবাৰে দেশৰ নিৰ্বাচন আয়োগে আগন্তক লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পিছতে সোমবাৰে কামৰূপ (মহানগৰ) জিলা প্ৰশাসন আৰু নিৰ্বাচন আয়োগে ভোটাৰ সকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰান ফৰ ভোট শীৰ্ষক এক সজাগতা ৰেলীৰ আয়োজন কৰে। এই ৰেলীত মহানগৰীৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে।

বাইট : বিশ্বজিত পেগু, উপায়ুক্ত কামৰূপ (মহানগৰ)

Conclusion:মহানগৰীৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক ব্ৰেণ্ড এম্বেছেদৰ হিচাপে লৈ জিলা প্ৰশাসন আৰু নিৰ্বাচন আয়োগে এই ৰেলীৰ আয়োজন কৰে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.