- গুৱাহাটীত উপস্থিত জম্মুত নিৰুদ্দিষ্ট হোৱা সুৰুজ জামাল
- জম্মু আৰক্ষীৰ সহযোগত উদ্ধাৰ নিৰুদ্দিষ্ট জামালক
- মহানগৰ আৰক্ষীৰ এটি দলে গুৱাহাটীলৈ আনে জামালক
- চাকৰিৰ প্ৰলোভনত পৰি জম্মু-কাশ্মীৰলৈ গৈছিল জামাল
- একাংশৰ সন্দেহ ISISত যোগদান কৰিবলৈ গৈছিল জামালে
- বৰ্তমানে আৰক্ষীয়ে জামালক সোধাপোচা অব্যাহত ৰাখিছে
জালুকবাৰী আৰক্ষীৰ জিম্মাত জম্মুত নিৰুদ্দিষ্ট সুৰজ জামাল - সুৰজ জামাল
চাকৰিৰ প্ৰলোভনেৰে দিল্লীলৈ লৈ গৈছিল জামালক ৷ পৰৱৰ্তী সময়ত দিল্লীৰ পৰা জামালক লৈ যোৱা হৈছিল জম্মু-কাশ্মীৰলৈ ৷
জালুকবাৰী আৰক্ষীৰ জিম্মাত জম্মুত নিৰুদ্দিষ্ট সুৰজ জামাল
- গুৱাহাটীত উপস্থিত জম্মুত নিৰুদ্দিষ্ট হোৱা সুৰুজ জামাল
- জম্মু আৰক্ষীৰ সহযোগত উদ্ধাৰ নিৰুদ্দিষ্ট জামালক
- মহানগৰ আৰক্ষীৰ এটি দলে গুৱাহাটীলৈ আনে জামালক
- চাকৰিৰ প্ৰলোভনত পৰি জম্মু-কাশ্মীৰলৈ গৈছিল জামাল
- একাংশৰ সন্দেহ ISISত যোগদান কৰিবলৈ গৈছিল জামালে
- বৰ্তমানে আৰক্ষীয়ে জামালক সোধাপোচা অব্যাহত ৰাখিছে
Intro:গুৱাহাটীলৈ অনা হ'ল জম্মু কাশ্মীৰত সন্ধানহীন হোৱা গাড়ীগাঁৱৰ যুৱক সুৰুজ জামালক। মহানগৰ আৰক্ষীৰ এটা দলে জম্মু আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰি লৈ আহে যুৱকজনক। যুৱকজনক চাকৰিৰ প্ৰলোভনেৰে বিশ্বত্ৰাসী সংগঠন ISISত কৰোৱাৰ সন্দেহ কৰিছিল একাংশই। কিন্তু এই কথা কিমানদূৰ সত্য সেয়া যুৱকজনৰ ভাষ্যৰ পৰাহে স্পষ্ট হ'ব। ইতিমধ্যেই জালুকবাৰী আৰক্ষী থানাত যুৱকজনক সোধ পোছ কৰি আছে আৰক্ষীয়ে। ইফালে আৰক্ষীৰ তদন্তৰ খাতিৰত সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য প্ৰকাশ নকৰিলে সুৰুজ জামালে।Body:Hirul Haque Conclusion:Guwahati