ETV Bharat / state

ভূত বাংলাত পৰিণত পাঠশালা উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ

২০১৬ চনৰ ১ মাৰ্চত উদ্ধোধন হোৱা কেন্দ্ৰত বৰ্তমান পৰ্যন্ত আৰম্ভ নহল শিক্ষাবৰ্ষ

barpeta
author img

By

Published : Feb 24, 2019, 10:29 PM IST

বৰপেটা, ২৪ ফেব্ৰুৱাৰীঃ ভূত বাংলাত পৰিণত পাঠশালাৰ উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ

শিক্ষাৰ্থীৰ পৰিৱৰ্তে সাপ ভেকুলীৰ বিচৰন থলী শ্ৰেণীকোঠা ।

বজালী মহকুমাৰ সদৰ পাঠশালাত ৰাজ্য চৰকাৰে কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়াইছিল পাঠশালা উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ । ২০১৬ চনৰ ১ মাৰ্চত সেই সময়ৰ ৰাজ্যৰ জনস্বাস্হ্য কাৰিকৰী,সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী শুকুৰ আলী আহমেদে শুভ উদ্ধোধন কৰাৰ পাচতো বৰ্তমান পৰ্যন্ত শিক্ষাকেন্দ্ৰটোত শিক্ষাৰ্থীৰ নামভৰ্তি নতুবা শিক্ষাবৰ্ষ আৰম্ভ হৈ নুঠিল । তাৰোপৰি বিদ্যুৎ যোগানৰ বাবে সকলো ব্যৱস্থা কৰা হ'ল যদিও শিক্ষা কেন্দ্ৰটোত আজিলৈকে সংযোগ ন'হল বিদ্যুৎ ব্যৱস্হাৰ। শিক্ষাৰ ক্ষেত্ৰত আমুল পৰিৱৰ্তনৰ চিন্তা কৰা ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰীয়ে এনে অৱস্থাত পৰি থকা শিক্ষা কেন্দ্ৰটোত দৃষ্টি পৰিবনে? শিক্ষা কেন্দ্ৰটোত আগন্তুক বৰ্ষৰ পৰা শিক্ষা বৰ্ষ আৰম্ভ হ'বনে? এনে বহু প্ৰশ্ন উত্থাপিত হৈছে এতিয়া পাঠশালাবাসীৰ মনত ।

Slug:      A_BAR_24FEB_801_INDUSTRIAL_TRAINING_INDUSTITUTE_VIS+BITE_BAPKAN_DAS.                                     

 ভূত বঙলাত পৰিনত পাঠশালাৰ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান
শিক্ষাৰ্থীৰ পৰিবৰ্তে সাপ ভেকুলীৰ বিচৰন থলী শ্ৰেণীকোঠা

 বৰপেটা ২৪ ফেব্ৰুৱাৰী: শিক্ষাৰ্থীৰ পৰিৱৰ্তে এতিয়া  শিক্ষা প্ৰতিষ্ঠানত বিচৰন কৰিছে সাপ বেং আদিয়ে। কোটি কোটি টকা ব্যয় কৰি  ৰাজ্য চৰকাৰে শিক্ষানগৰী পাঠশালাত  প্ৰায় তিনি বছৰ পূৰ্বে নিৰ্মাণ কৰা পাঠশালা উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান এতিয়া পৰিণত হৈছে ভূত বঙলাত। বজালী মহকুমাৰ সদৰ পাঠশালাত ৰাজ্য চৰকাৰে কেৱা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা পাঠশালা উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান  আনুষ্ঠানিকভাৱে ২০১৬ চনৰ ১ মাৰ্চত সেই সময়ৰ ৰাজ্যৰ জনস্বাস্হ্য কাৰিকৰী আৰু সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী শুকুৰ আলী আহমেদে শুভ উদ্ধোধন কৰাৰ পিছতো আজিও এই শিক্ষা প্ৰতিষ্ঠান খনত শিক্ষাৰ্থীৰ নামভৰ্তি নতুবা শিক্ষাবৰ্ষ আৰম্ভ হৈ নুথিল। হাবি জংঘলে আৱৰি ধৰা এইখন শিক্ষা প্ৰতিষ্ঠান সম্প্ৰতি জহি খহি যাব ধৰিছে । বিদ্যুৎ যোগানৰ বাবে সকলো ব্যৱস্থা কৰা এই শিক্ষা প্ৰতিষ্ঠানত আজিলৈকে সংযোগ হৈ নুথিল বিদ্যুতৰ ব্যৱস্হা ::. শিক্ষাৰ ক্ষেত্ৰত আমুল পৰিৱৰ্তনৰ চিন্তা কৰা ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰীয়ে   এনে অৱস্থাত পৰি থকা এই শিক্ষা প্ৰতিষ্ঠানখনত দৃষ্টি পৰিবনে ? এইখন শিক্ষা প্ৰতিষ্ঠানত আগন্তুক বৰ্ষৰ পৰা শিক্ষা বৰ্ষ আৰম্ভ হবনে? পৰিবৰ্তনকামী চৰকাৰে পাঠশালা উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান পুৰ্ণ পৰ্যায়ত কাৰ্যক্ষম কৰিবনে?  এনে প্ৰশ্নই এতিয়া পাঠশালাবাসীৰ মনত প্ৰতিদিনে উত্থাপিত হৈ আহিছে ।

বাইট:গিৰিধৰ চৌধুৰী,সভাপতি ,পাঠশালা বজাৰ কমিটি                            

 --- বাপকন দাস, বৰপেটা                                                                                                                   
  ফুটেজ আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.